DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, December 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ICC World Cup 2023: ফাইনেল খেলখন পৰিত্যক্ত হ’লে কাৰ হাতলৈ যাব বিশ্বকাপ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 19, 2023 1:09 pm
3.8k
VIEWS
Share on FacebookShare on Twitter

আজি দুপৰীয়া ২ বজাৰ পৰা বিশ্বকাপৰ ফাইনেল খেলাৰ বাবে খেলপথাৰত প্ৰৱেশ কৰিব ভাৰত-অষ্ট্ৰেলিয়াই। আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰতৰ হাতত তৃতীয় বিশ্বকাপ খিতাপ দখৰ প্ৰত্যাহ্বান। আনহাতে, ষষ্ঠবাৰৰ বাবে খিতাপ দখলৰ যুঁজত নামিব অষ্ট্ৰেলিয়াই।

যোৱা টী-২০ বিশ্বকাপত ইখনৰ পিছত সিখন খেল বৰষুণৰ ফলত বাধাপ্ৰাপ্ত হৈছিল। কেতিয়াবা এই বৰষুণেও সকাহৰ সমীকৰণটোও কঠিন কৰি তোলে। ফলত ৰোহিত-কামিন্সৰ মহাৰণ পানীহ’ব নেকি বুলি বহুতৰ মনত প্ৰশ্ন উঠিছে। সংৰক্ষিত দিনতো খেলখন যদি নহয়। তেন্তে কোন হ’ব বিশ্ব চেম্পিয়ন?

লগতে পঢ়কঃ ICC World Cup 2023: দ্ৰাবিড়ৰ প্ৰশংসা! ৰোহিতে ক’লে ‘মই তেওঁৰ বাবেও বিশ্বকাপ জিকিব বিচাৰো’

আইচিচিৰ নিয়ম অনুসৰি বৰষুণৰ বাবে আইচিচিয়ে ফাইনেলৰ বাবে এটা ৰিজাৰ্ভ ডে’ ৰাখিছে। ফাইনেলত বৰষুণ দিলে মেচখন ৰিজাৰ্ভ ডেলৈ যাব। দেওবাৰে যদি খেলখন সমাপ্ত কৰা সম্ভৱ নহয় তেন্তে সোমবাৰে একে স্থানৰ পৰাই মেচখন আৰম্ভ হ’ব।

যদিহে বৰষুণ বা অন্যান্য প্ৰাকৃতিক কাৰণত সোমবাৰে খেলখন সম্পূৰ্ণ নহয় তেন্তে মেচখন পৰিত্যাগ কৰা হ’ব। আৰু যদি মেচখন পৰিত্যাগ কৰা হয় তেন্তে ভাৰত আৰু অষ্ট্ৰেলিয়া যৌথ চেম্পিয়ন হ’ব।

লগতে পঢ়কঃMiss Universe 2023: নিকাৰাগুৱাৰ শ্বেনিছ পেলাচিঅ’ছ-লৈ মিছ ইউনিভাৰ্ছৰ খিতাপ; শীৰ্ষ দহত স্থান নাপালে ভাৰতৰ শ্বেতাই

কিন্তু ভাল খবৰটো হ’ল আজি আহমেদাবাদত বৰষুণৰ সম্ভাৱনা নাই। গোটেই দিনটো ৰ’দ থাকিব। আকাশখনো পৰিষ্কাৰ হৈ থাকিব।

Recent News

আজিৰে পৰা সলনি হৈছে ছিম ক্ৰয়ৰ নতুন নিয়ম; নামানিলে ১০ লাখ টকা জৰিমনা, হ’ব পাৰে জেল

আজিৰে পৰা সলনি হৈছে ছিম ক্ৰয়ৰ নতুন নিয়ম; নামানিলে ১০ লাখ টকা জৰিমনা, হ’ব পাৰে জেল

World's Saddest elephant Mali

৪৬ বছৰীয়া জীৱনৰ পৰিসমাপ্তি: প্ৰাণহীন হ’ল ‘বিশ্বৰ আটাইতকৈ দুখী হাতী’ মালি

India Squad For South Africa Tour

দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে ঘোষণা ভাৰতীয় দল: সীমিত অভাৰৰ শৃংখলাত নাই কোহলী-ৰোহিত

Guinness World Records Smita Srivastava

দীঘল চুলিৰে বিশ্ব অভিলেখ! ভাৰতীয় মহিলালৈ গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd