• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৃত্যুদণ্ডৰ ৰায়দানৰ লগে লগে হাছিনাক ওভতাই বিচাৰিলে ঢাকাই; কি স্থিতি নতুন দিল্লীৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2025 8:18 am
171
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন্তৰ্জাতিক অপৰাধ ন্যায়াধিকৰণে পদচ্যুত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে মৃত্যুদণ্ড ঘোষণা কৰাৰ পিছতে ততাতৈয়াকৈ তেওঁক ঘূৰাই পঠিয়াবলৈ দাবী জনায়। নতুন দিল্লীয়েও কোনো বিলম্ব নকৰাকৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

সোমবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰে যে নতুন দিল্লীয়ে আনুষ্ঠানিকভাৱে ঢাকাৰ ৰায়দানৰ বিষয়টো নথিবদ্ধ কৰিছে। মনত ৰখা উচিত যে ভাৰত সদায় বাংলাদেশৰ জনসাধাৰণৰ শান্তি, গণতন্ত্ৰ আৰু স্থিতিশীলতাৰ প্ৰতি দায়বদ্ধ।

Apply Now

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিবৃতিত কোৱা হৈছে – “ঘনিষ্ঠ প্ৰতিবেশী হিচাপে ভাৰতৰ অগ্ৰাধিকাৰ হৈছে বাংলাদেশত শান্তি, গণতন্ত্ৰ, সম্প্ৰীতি আৰু স্থিতিশীলতা বজাই ৰখা। তাৰ বাবে ভাৰতে সকলো দলৰ সৈতে গঠনমূলকভাৱে জড়িত হ’ব।”

ইয়াৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে মৃত্যুদণ্ডৰ ৰায় ঘোষণা কৰাৰ পিছত বাংলাদেশ চৰকাৰে আনুষ্ঠানিকভাৱে নতুন দিল্লীক শ্বেখ হাছিনাক ঘূৰাই পঠিয়াবলৈ অনুৰোধ জনায়। বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে যোৱা বছৰৰ অশান্তিৰ পিছৰে পৰা হাছিনা ভাৰতত আছে।

তেওঁলোকে দাবী কৰে যে জুলাই মাহত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হিংসাত্মক দমনৰ সৈতে জড়িত ‘মানৱতাৰ বিৰুদ্ধে অপৰাধ’ৰ গোচৰত তেওঁ দোষী সাব্যস্ত হৈছে। ঢাকাই লগতে সকীয়াই দিছে যে “হাছিনাক আশ্ৰয় দিয়া যিকোনো দেশক অত্যন্ত অবন্ধুত্বপূৰ্ণ আৰু ন্যায়ৰ অৱজ্ঞা বুলি গণ্য কৰা হ’ব।”

অৱশ্যে কূটনীতিবিদসকলৰ মতে, নতুন দিল্লীয়ে যে শ্বেখ হাছিনাক কোনো ধৰণে প্ৰত্যাৰ্পণ নকৰে, সেই কথা ঢাকাইও ভালদৰেই জানে। অৱশ্যে ঘৰুৱা ৰাজনীতিলৈ বাৰ্তা প্ৰেৰণৰ বাবেই এই সকলোবোৰ উত্তপ্ত মন্তব্য কৰিছে ইউনুছ প্ৰশাসনে।

২০১৩ চনত দুয়োখন দেশৰ মাজত স্বাক্ষৰিত প্ৰত্যাৰ্পণ চুক্তিত স্পষ্টকৈ উল্লেখ আছে যে যদি কোনো অনুৰোধ ‘ৰাজনৈতিকভাৱে প্ৰেৰিত’ বুলি ধাৰণা হয় তেন্তে সেই অনুৰোধ নাকচ কৰিব পাৰি। শ্বেখ হাছিনাই দেশ এৰি যোৱাৰ পিছৰে পৰা দাবী কৰি আহিছে যে তেওঁৰ বিৰুদ্ধে লোৱা পদক্ষেপ ‘ৰাজনৈতিকভাৱে প্ৰেৰিত’।

জানিব পৰা মতে, ২০২৪ চনৰ ডিচেম্বৰ মাহত বাংলাদেশে শ্বেখ হাছিনাৰ প্ৰত্যাৰ্পণৰ অনুৰোধ আনুষ্ঠানিকভাৱে প্ৰেৰণ কৰিছিল। ভাৰতীয় বৈদেশিক সচিবৰ ঢাকা ভ্ৰমণৰ দুসপ্তাহৰ ভিতৰতে ইউনুছ প্ৰশাসনে প্ৰেৰণ কৰিছিল।

শ্বেখ হাছিনাক ওভতাই বিচাৰিছে ঢাকাই। আৰু দিল্লীয়ে কৈছে বাংলাদেশৰ জনসাধাৰণৰ স্বাৰ্থ তেওঁলোকৰ বাবে সৰ্বোচ্চ, আৰু তেওঁলোকে পৰিস্থিতি বিবেচনা কৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব।

দুয়োখন দেশৰ মাজত কূটনৈতিক উত্তেজনাৰ মাজতে এতিয়া সকলোৰে দৃষ্টি– ‘ৰাজনৈতিক উদ্দেশ্য’ আছে বুলি ধৰি লৈ ভাৰতে এই অনুৰোধ নাকচ কৰিব নে নতুন কূটনৈতিক সমাধানৰ উন্মেষ ঘটিব? চাউথ ব্লকৰ সূত্ৰই দাবী কৰিছে যে ভাৰতে এতিয়া আৰু একো নকয় । বৰঞ্চ ই কেৱল ঢাকাৰ পৰিস্থিতিৰ ওপৰত চকু ৰাখিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd