• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সন্তান জন্ম দিয়াৰ উপযুক্ত বয়স কি? কি কি কথা মনত ৰাখিব লাগে সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 15, 2024 2:50 pm
589
VIEWS
Share on FacebookShare on Twitter

আজিকালি মানুহৰ জীৱনশৈলী আৰু পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ বাবে যথেষ্ট পলমকৈ বিয়াত বহে যুৱতীসকল। বিয়াত বহিলেও লগে লগেই সন্তান জন্ম দিয়াৰ কথা চিন্তা নকৰে।  এই ক্ষেত্ৰত এটা প্ৰশ্ন উত্থাপন হয় – সন্তান জন্ম দিয়াৰ উপযুক্ত বয়স কি? কিমান বয়সলৈকে মহিলাসকলে সন্তান জন্ম দিব পাৰে?

বিশেষজ্ঞ চিকিৎসকে কয় যে চল্লিশ বছৰৰ পাছতো মাতৃ হ’ব পাৰি। ৪০ বছৰৰ পাছত সন্তান জন্ম দিয়া মহিলাৰ সংখ্যা আজিকালি বাঢ়ি আহিছে।  আনকি পঞ্চাশ বছৰৰ পাছতো বহু মহিলাই মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। কিন্তু চিকিৎসকৰ মতে, এটা বয়সৰ পিছত সন্তান জন্ম দিব পাৰিলেও মহিলাগৰাকীৰ স্বাস্থ্যৰ সমস্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে।

চিকিৎসা বিজ্ঞানৰ মতে মাতৃ হোৱাৰ আদৰ্শ বয়স হ’ল ২১ৰ পৰা ৩০ বছৰ। অৰ্থাৎ এই বয়সত এগৰাকী মহিলাৰ প্ৰজনন ক্ষমতা সৰ্বাধিক। ৩০ৰ পৰা ৩৫ বছৰ বয়সৰ ভিতৰত ডিম্বাশয়ৰ কাৰ্য্যক্ষমতা হ্ৰাস পায় বা ডিম্বাণু নিৰ্গত হোৱাত কিছু ব্যাঘাত জন্মে।

বিভিন্ন অধ্যয়নত কোৱা হৈছে যে ভাৰতীয় মহিলাসকলে ৩৩ বছৰ বয়সৰ পিছত গৰ্ভধাৰণৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব পাৰে। প্ৰথমতে, প্ৰজনন ক্ষমতা হ্ৰাস পোৱাৰ প্ৰৱণতা থাকে, দ্বিতীয়তে, সন্তান জন্ম দিয়াৰ পিছত শিশুটিৰ কিছুমান সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে ৩০ বছৰৰ ভিতৰত সন্তান জন্ম দিয়াটোৱেই উত্তম।

চিকিৎসকৰ মতে, পিচিঅ’ বা পলিচিষ্টিক অভাৰীৰ সমস্যাত এতিয়া প্ৰায়বোৰ মহিলাই ভুগিবলৈ আৰম্ভ কৰিছে। স্ত্ৰীৰোগ বিশেষজ্ঞসকলে কয় যে, ১১ বছৰৰ পৰা ১৮ বছৰ বয়সলৈকে ছোৱালীৰ শৰীৰত পিচিঅ’ৰ প্ৰাদুৰ্ভাৱ যথেষ্ট আতংকজনক। যদি পিচিঅ’ থাকে তেন্তে মহিলাৰ শৰীৰত ইষ্ট্ৰজেন নামৰ হৰম’নৰ নিঃসৰণ বেছি হয়। অনিয়মিত মাহেকীয়া হ’লে তৎক্ষণাত চিকিৎসকৰ কাষ চপাতো প্ৰয়োজনীয়। কাৰণ অতিৰিক্ত ইষ্ট্ৰজেনে জৰায়ুৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। গতিকে বয়স বাঢ়ি যোৱাৰ লগে লগে বিভিন্ন জটিলতা আহিবলৈ আৰম্ভ কৰে। যদি পিচিঅ’এছ সোনকালে ধৰা পৰে তেন্তে সেই অনুসৰি চিকিৎসা কৰিব পাৰি আৰু তাৰ পিছত সন্তানৰ পৰিকল্পনা কৰিব পাৰি।

উল্লেখ্য যে উচ্চ ৰক্তচাপ, ডায়েবেটিছ আৰু থাইৰয়ড – সন্তান জন্ম দিয়াৰ পৰিকল্পনা কৰাৰ আগতে এই তিনিটা পৰীক্ষা কৰিব লাগে। লগতে সন্তান জন্ম দিয়াৰ পৰিকল্পনা কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাতো প্ৰয়োজনীয়।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd