• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আপোনাৰ সন্তানৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে কি খুওৱা উচিত? পঢ়ক সবিশেষ…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 15, 2025 7:10 am
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰ দ্ৰুতগতিত চলি থকা পৃথিৱীখনত শিশুসকলে অহৰহ শিকি আছে, তথ্য গ্ৰহণ কৰি আছে আৰু মনোযোগ আৰু সবল স্মৃতিশক্তি গঠন হোৱা কামত মগ্ন হৈছে। আৰু এই সকলোবোৰ কামৰ বাবে স্বাস্থ্যসন্মত পুষ্টিৰ বাহিৰে কোনো বিকল্প নাই।

শৈক্ষিক বিষয় আয়ত্ত কৰাই হওক বা নতুন দক্ষতা লাভ কৰিব পৰাই হওক, মগজুক অনুকূলভাৱে কাম কৰাৰ বাবে সঠিক ইন্ধনৰ প্ৰয়োজন। মগজুৰ বিকাশত জেনেটিক্স আৰু জীৱনশৈলীৰ ভূমিকা থকাৰ বিপৰীতে পুষ্টি হৈছে বিকাশৰ ভেটি।

Apply Now

দ্ৰুতগতিত চলি থকা জীৱনশৈলী আৰু স্বাস্থ্যৰ প্ৰতি কম মনোযোগৰ বাবে শিশুৱে জাংক ফুড আৰু বেছিভাগেই সহজে উপলব্ধ আৰু খাবলৈ সোৱাদযুক্ত খাদ্যৰ প্ৰতি আকৰ্ষিত হয়। জাংক ফুড, অত্যধিক স্ক্ৰীণ টাইম, সুষম খাদ্যৰ অভাৱে শিশুৰ স্মৃতিশক্তি আৰু মগজুৰ বিকাশত প্ৰভাৱ পেলাব পাৰে। কিন্তু শিশুৰ দৈনন্দিন খাদ্যত স্মৃতিশক্তি বৃদ্ধি কৰা ছুপাৰফুড অন্তৰ্ভুক্ত কৰিলে পাৰ্থক্য আহিব পাৰে।

১. বাদাম

স্মৃতিশক্তি বৃদ্ধি কৰা খাদ্যৰ তালিকাৰ শীৰ্ষত আলমণ্ড আছে। স্বাস্থ্য সচেতন লোকসকলে মগজুৰ শক্তি বৃদ্ধিৰ বাবে দীৰ্ঘদিন ধৰি বাদামৰ ওপৰত নিৰ্ভৰ কৰি আহিছে। ভিটামিন ই, এন্টিঅক্সিডেন্ট, আৰু ওমেগা-৩ ফেটি এচিডযুক্ত আলমণ্ডে স্মৃতিশক্তি, মগজুৰ কাৰ্য্যক্ষমতা আৰু মগজুৰ স্বাস্থ্য উন্নত কৰে। ইয়াৰ উপৰিও ইয়াত ৰাইবোফ্লেভিন আৰু এল-কাৰ্নিটিন থাকে, যিয়ে মগজুৰ কোষ বৃদ্ধিত সহায় কৰে আৰু স্নায়ুৰ অৱক্ষয়ী বিকাৰৰ সম্ভাৱনা হ্ৰাস কৰে।

৪-৫ টা আলমণ্ড ৰাতি তিয়াই ৰাতিপুৱা খোলা উলিয়াই খালী পেটত শিশুক খুৱাব। ইচ্ছা কৰিলে এগিলাচ গাখীৰত মিহিকৈ কটা আলমণ্ডো দিব পাৰে।

২. আখৰোট

মগজুৰ বাবে আখৰোটৰ দৰে গুৰুত্বপূৰ্ণ আন কোনো খাদ্য চাগে নাই। আখৰোট দেখাত সৰু সৰু মগজুৰ দৰে! DHA (এবিধ ওমেগা-৩ ফেটি এচিড)ৰে সমৃদ্ধ এই বাদামবোৰ জ্ঞানমূলক কাৰ্য্যক্ষমতা বৃদ্ধি আৰু মানসিক চাপ হ্ৰাস কৰাৰ বাবে অতি উত্তম। ইয়াৰ উপৰিও ইয়াত পলিফিনল থাকে, যিয়ে মগজুৰ কোষৰ মাজত যোগাযোগ উন্নত কৰাত সহায় কৰে, শিক্ষণ ক্ষমতা বৃদ্ধি কৰে, মগজুৰ অৱক্ষয় ৰোধ কৰে।

৩. ঘিউ

ঘিউক মগজুৰ বিকাশৰ বাবে অম্ল হিচাপে গণ্য কৰা হয়। যুগ যুগ ধৰি ভাৰতীয় খাদ্যৰ প্ৰধান খাদ্য হিচাপে পৰিগণিত হৈ আহিছে। ঘিউত প্ৰচুৰ পৰিমাণে স্বাস্থ্যকৰ চৰ্বি থাকে, যিয়ে মগজুৰ কোষ গঠন আৰু কাৰ্য্যত সহায় কৰে। ঘিউত চৰ্বিত দ্ৰৱীভূত হোৱা প্ৰয়োজনীয় ভিটামিন (A, D, E, আৰু K) থাকে যিয়ে স্মৃতিশক্তি ধৰি ৰখা আৰু শিক্ষণত সহায় কৰে।

৪. হালধি

হালধি মগজুৰ বাবে অতি উত্তম আৰু স্বাস্থ্যকৰ। হালধি হৈছে কাৰকুমিন সমৃদ্ধ এক উপকাৰী মছলা, যিয়ে মগজুৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে আৰু স্মৃতিশক্তি হেৰুৱাৰ পৰা ৰক্ষা কৰে। ইয়াৰ এন্টি-ইনফ্লেমেটৰী আৰু এন্টিঅক্সিডেন্ট গুণ আছে যিয়ে মগজুৰ বিকাশত সহায় কৰে, অক্সিডেটিভ ক্ষতি ৰোধ কৰে, আৰু চেৰ’টনিন আৰু ড’পামিনৰ মাত্ৰা বৃদ্ধি কৰি মেজাজ উন্নত কৰে।

৫. চকলেট

চকলেট মগজুৰ বাবে ভাল, কিন্তু সঠিক মানৰ হ’লেহে। ডাৰ্ক চকলেট (কমেও ৭০% ক’ক’ থকা)ত ফ্লেভন’ইড, কেফেইন, আৰু এন্টিঅক্সিডেন্ট থাকে যিয়ে মগজুৰ কাৰ্য্যক্ষমতা আৰু স্মৃতিশক্তি বৃদ্ধি কৰে। ইয়াৰ উপৰিও মগজুলৈ তেজৰ সোঁত বৃদ্ধি কৰে। কিন্তু ডাৰ্ক চকলেট পৰিমিত পৰিমাণে খোৱাটো জৰুৰী আৰু চেনিৰ পৰিমাণ বেছি থকা মিল্ক চকলেট পৰিহাৰ কৰা উচিত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd