• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

WhatsAppত এইবাৰ নতুন ফিচাৰ; সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পৰা কি আছে ইয়াত?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 14, 2020 12:36 pm

1 min read

WhatsApp

প্ৰতিনিধিত্বমূলক ফটো

5.9k
VIEWS
Share on FacebookShare on Twitter

জনপ্ৰিয় মেচেজিং এপ WhatsAppয়ে এইবাৰ লৈ আনিছে এক নতুন আকৰ্ষণীয় ফিচাৰ্ছ। কিন্তু কি আছে এই বহু চৰ্চিত ফিচাৰ্ছত? কিন্তু কি আছে এই বহু চৰ্চিত ফিচাৰ্ছত?

নতুন ফিচার্ছৰ জৰিয়তে এজন ব্যৱহাৰকাৰীয়ে তেওঁৰ WhatsApp একাউন্টটো চাৰিটা ডিভাইচত চলাব পাৰিব।

শীঘ্ৰেই এই ফিচাৰ গ্ৰাহকৰ হাতত তুলি দিবলৈ বৰ্তমান তৎপৰতাৰে কাম চলাই থকা হৈছে।

WABetaInfoৰ ফালৰ পৰা টুইটৰ জৰিয়তে জানিবলৈ দিয়া মতে আৰু কেইদিনমানৰ ভিতৰতে WhatsAppব্যৱহাৰকাৰীসকলে তেওঁলোকৰ একাউন্টত একলগে চাৰিটা ডিভাইচ চলাব পাৰিব।

চাৰিটা ডিভাইচত ডাটা ছিংক কৰিবলৈ ৱাইফাই কানেক্টিভিটি ব্যৱহাৰ কৰা হ’ব।

অৱশ্যে, WhatsAppৰ ফালৰ পৰা ৱাইফাইৰ সুবিধা লাভৰ পৰা বঞ্চিতসকলৰ বাবে বিকল্প ব্যৱস্থাৰ কথাও চিন্তা-চৰ্চা কৰা হৈছে।

সদ্যহতে  WhatsApp বেটা ভাৰ্ছনত এই নতুন ফিচাৰ নচলিব যদিও পৰৱৰ্তী সময়ত তাৰো ব্যৱস্থা কৰাৰ ইংগিত দিছে WhatsAppয়ে।

বৰ্তমান WhatsAppত এটা ডিভাইচৰ বাহিৰে আন কোনো ডিভাইচ চলাব নোৱাৰি।মাত্ৰ ডুৱেল এপ্লিকেশ্যন ছাপোৰ্ট থকা এণ্ড্ৰইড মোবাইলত একেলগে দুটা WhatsApp চলাব পৰা যায়।

যি নহওক WhatsAppৰ আহিবলগীয়া নতুন ফিচাৰে প্ৰতিযোগিতামূলক বজাৰত গ্ৰাহকৰ বাবে যথেষ্ট সুবিধা আগবঢ়াইছে।

একেসময়তে এই ফিচাৰে প্ৰযুক্তিমূলক কামকাজত ক্ষিপ্ৰতা বৃদ্ধি কৰিব।

Recent News

নতুনকৈ নামকৰণ কৰা হ’ল ‘ড্ৰেগন ফল’ৰ

নতুনকৈ নামকৰণ কৰা হ’ল ‘ড্ৰেগন ফল’ৰ

বি চি চি আইক পত্ৰ লিখি ধন্যবাদ জ্ঞাপন ক্ৰিকেট অষ্ট্ৰেলিয়াৰ

বি চি চি আইক পত্ৰ লিখি ধন্যবাদ জ্ঞাপন ক্ৰিকেট অষ্ট্ৰেলিয়াৰ

COVID-19 India begins ex

বন্ধুত্বৰ প্ৰতিদান: ভূটানক ১.৫ লাখ কোভিড ভেকচিন উপহাৰ হিচাবে আগবঢ়ালে ভাৰতে

পথ সুৰক্ষা সপ্তাহ : সজাগতাৰ লক্ষ্যৰে বিশ্বনাথত বাইক ৰেলী

পথ সুৰক্ষা সপ্তাহ : সজাগতাৰ লক্ষ্যৰে বিশ্বনাথত বাইক ৰেলী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd