• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘গৈ মুখখন ধুই আহা’ বুলি ৰাণী মুখাৰ্জীক কোনে আৰু কিয় কৈছিল ?

২০ বছৰ পিছত বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে সুঁৱৰিলে এখন হিন্দী ছবিৰ কথা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 19, 2020 5:11 pm
Hey-Ram-Kamal-Haasan-Shah-Rukh-Khan-Rani-Mukherjee

'হে ৰাম'ত কমল হাছান আৰু ৰাণী মুখাৰ্জী, ফ'টো সৌজন্য- ইন্টাৰনেট

923
VIEWS
Share on FacebookShare on Twitter

বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে ২০ বছৰ পিছত বলিউদৰ এখন হিন্দী চিনেমাক সুঁৱৰি কিছুমান কথা অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে।

উক্ত হিন্দী ছিবখন হ’ল দক্ষিণৰ চুপাৰষ্টাৰ কমল হাছানৰ ‘হে ৰাম’। উল্লেখ্য যে ‘হে ৰাম’ নামৰ ছিবখনৰ পৰিচালক আছিল দক্ষিণৰ চুপাৰষ্টাৰ কমল হাছান।

২০ বছৰ পূৰ্বে বলিউদৰ অভিনয় কেৰিয়াৰ আৰম্ভণি কালৰ কথা সুৱৰি জনিপ্ৰয় অভিনেত্ৰী গৰাকীয়ে ‘হে ৰাম’ ছবিখনৰ শ্বুটিঙৰ কথা অনুৰাগীৰ সৈতে ভগাই লোৱা দেখা যায়।

“মোৰ বাবে ‘হে ৰাম’ ছবিখন আছিল এটা ডাঙৰ শিক্ষা। এই ছবিখনৰ শ্বুটিঙত কমল হাছানৰ লগত একেলগে কাম কৰাৰ সুযোগ পাইছিলো আৰু ই মোৰ কেৰিয়াৰৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল।কাৰণ মই তেওঁৰ কামৰ অনুৰাগী আছিলো।” এই দৰে কয় অভিনেত্ৰী গৰাকীয়ে।

‘হে ৰাম’ৰ শ্বুটিঙৰ কথা সুঁৱৰি অভিনেত্ৰীগৰাকীয়ে আৰু কয় যে পৰিচালক হিচাপে কমল হাছান অতি নিয়মানুৱৰ্তী।

“তেওঁ মোৰ আত্ম-বিশ্বাস বঢ়াই তুলিছিল। মোৰ উচ্চতা কম গতিকে মই ওখ চেণ্ডেল পিন্ধিছিলো। তেওঁ তেতিয়া কৈছিল ‘কি তুমি পাগলী? ফ্লেট চেণ্ডেল পিন্ধা। তুমি কি তোমাৰ উচ্চতাই নিৰ্ণয় নকৰে, তোমাৰ সফলতাইহে তোমাক এক পৰিচিতি দিব, যিটোক মই বিশ্বাস কৰোঁ।’ আৰু তেতিয়াৰ পৰাই মোৰ আত্ম-বিশ্বাস বৃদ্ধি হৈছিল যাৰ বাবে মোৰ উচ্চতাই কেতিয়াও মোৰ সফলতাৰ বাধা হৈ উঠা নাছিল।” বুলি কয় ৪১ বৰ্ষীয় জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে।

“এজন পৰিচলালক হিচাপে কমল হাছানৰ পৰা মই বহু শিকিলো। শ্বুটিঙৰ প্ৰথম দিনা শ্বুটিং স্থলীলৈ মই মেক-আপ কৰি আহিলোঁ। তেওঁ দেখি ক’লে যে গৈ মুখখন ধুই আহা। মই ধুই আহিলো। তাৰ পিছত তেওঁ মেক-আপ আৰ্টিষ্টক মোৰ কপালত এটা ফুট আৰু চকুত অলপ কাজল দিবলৈ ক’লে। ফুট আৰু কাজল দিয়াৰ পিছত তেওঁ ক’লে যে ‘এতিয়া মোৰ অপৰ্ণা সাজু’।” ৰাণী মুখাৰ্জীয়ে লগতে আৰু এইদৰে কয়।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd