• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূব ভাৰতৰ পৰা সেনাৰ এই বিশেষ ক্ষমতা বা আফস্পা প্ৰত্যাহাৰৰ দাবী আজিৰ নহয়, ই বহু পুৰণি। সাধাৰণ নাগৰিকৰ নিৰাপত্তাৰ নামত সেনাই তেওঁলোকৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱা বুলি প্ৰায়েই অভিযোগ উত্থাপন হয়।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 13, 2026 4:59 pm
56
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পৰা লাহে লাহে আফস্পা আইন প্ৰত্যাহাৰ কৰা হ‘ব বুলি পূৰ্বেই জানিবলৈ দিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ইতিমধ্যে বেছিভাগ ঠাইৰ পৰাই এই আইন আঁতৰোৱা হৈছে যদিও এতিয়াও কিছুমান অঞ্চলত ই বাহাল আছে। এনে অৱস্থাত উত্তৰ-পূৰ্বাঞ্চলৰ পৰা কেতিয়া এই আইন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হ‘ব সেই বিষয়ে স্পষ্ট কৰি দিছে গৃহমন্ত্ৰীগৰাকীয়ে। তেওঁ জানিবলৈ দিয়া মতে, অহা বছৰৰ ভিতৰতে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পৰা আফস্পা সম্পূৰ্ণৰূপে তুলি লোৱা হ‘ব।

যোৱা বৃহস্পতিবাৰে দিল্লীত কেন্দ্ৰ, নাগালেণ্ড আৰু অসম চৰকাৰৰ মাজত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ এখন চুক্তি স্বাক্ষৰিত হয়। সেই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূবৰ নিৰাপত্তা পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হৈছে। যাৰ ফলত ইতিমধ্যে উত্তৰ-পূবৰ ৮০ শতাংশ এলেকাৰ পৰা আফস্পা প্ৰত্যাহাৰ কৰা হৈছে। বাকী থকা অঞ্চলসমূহৰ পৰাও অহা বছৰৰ ভিতৰত এই আইন প্ৰত্যাহাৰ কৰা হ‘ব। গৃহমন্ত্ৰীয়ে লগতে কয় যে যোৱা কেইবছৰমানত উত্তৰ-পূবৰ ৰাজ্যসমূহত হিংসাত্মক ঘটনা বহু পৰিমাণে হ্ৰাস পাইছে। যিবোৰ অঞ্চলত এতিয়াও আফস্পা বাহাল আছে, সেই অঞ্চলসমূহৰ নিৰাপত্তা ব্যৱস্থাৰ বিতং পৰ্যালোচনা চলি আছে। চৰকাৰৰ মূল লক্ষ্য হৈছে অহা বছৰৰ ভিতৰত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা আফস্পা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা।

Apply Now

উল্লেখ্য যে উত্তৰ-পূব ভাৰতৰ পৰা সেনাৰ এই বিশেষ ক্ষমতা বা আফস্পা প্ৰত্যাহাৰৰ দাবী আজিৰ নহয়, ই বহু পুৰণি। সাধাৰণ নাগৰিকৰ নিৰাপত্তাৰ নামত সেনাই তেওঁলোকৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱা বুলি প্ৰায়েই অভিযোগ উত্থাপন হয়। নব্বৈৰ দশকৰ পৰা অসম, নাগালেণ্ডকে ধৰি উত্তৰ-পূব ভাৰতৰ প্ৰায়বোৰ ৰাজ্যকে সন্ত্ৰাসজৰ্জৰ এলেকা হিচাপে চিহ্নিত কৰি তাত সেনাৰ বিশেষ ক্ষমতা প্ৰয়োগ কৰাৰ অধিকাৰ কেন্দ্ৰই দিছিল। অৱশ্যে সেনাৰ বিৰুদ্ধে অত্যাচাৰৰ অভিযোগ তুলি আফস্পা প্ৰত্যাহাৰৰ দাবীত দীৰ্ঘদিন ধৰি আন্দোলন কৰিছিল সমাজকৰ্মী ইৰম শৰ্মিলা চানুৱে। এই ইতিহাস কাৰোৰে অজানা নহয়।

বৰ্তমান মণিপুৰৰ অৱস্থা অতি শোচনীয়। যোৱা তিনি বছৰ ধৰি জাতিগত সংঘৰ্ষত জুই জ্বলি আছে এই ৰাজ্যখনত। যোৱা কেইদিনমানত মণিপুৰৰ কেইবাটাও অঞ্চলত আক্ৰমণৰ ঘটনাও পোহৰলৈ আহিছে। বহিৰাগত শক্তি আৰু সন্ত্ৰাসবাদী সংগঠনৰ সহযোগত সেই অঞ্চলত নতুনকৈ অশান্তি সৃষ্টিৰ ষড়যন্ত্ৰ চলোৱা বুলিও অভিযোগ উঠিছে। এনে এক জটিল পৰিস্থিতিৰ মাজতেই আফস্পা প্ৰত্যাহাৰৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026 12:30 pm
শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

October 11, 2026 11:42 am
যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

October 11, 2026 10:21 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 11, 2026 9:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026 12:30 pm
শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

October 11, 2026 11:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd