DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অবিশ্বাস্য যেন লাগিলেও সঁচা: বিয়াৰ যৌতুকত ধনৰ সলনি ইয়াত দিয়া হয় ২১ডাল বিষধৰ সাপ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 19, 2020 11:55 am
1592476645

প্ৰতিনিধিত্বমূলক ফটো। উৎস: ইন্টাৰনেট

66.3k
VIEWS
Share on FacebookShare on Twitter

যদিও আইনমতে ই এক অপৰাধ, বিয়াৰ সময়ত যৌতুক দিয়া প্ৰথা বহু পূৰ্বৰে পৰা ভাৰতীয় সমাজত প্ৰচলিত। আনকি, এতিয়াও সমাজত এই প্ৰথা প্ৰচলিত হৈ আছে।

সাধাৰণতে যৌতুকত দৰাৰ পৰিয়ালে কন্যাৰ পৰিয়ালৰ পৰা যৌতুক হিচাপে ধন দাবী কৰে। কিন্তু যৌতুকত এই ধনৰ সলনি বিষধৰ সাপৰ কথা ভাবিব পাৰেনে?

হয়, মধ্য প্ৰদেশৰ এটা বিশেষ সম্প্ৰদায়ৰ মাজত এনে এক প্ৰথাই প্ৰচলিত য’ত ধনৰ পৰিৱৰ্তে ২১ ডাল বিষধৰ সাপ যৌতুক হিচাপে দিয়া হয়।

মধ্যপ্ৰদেশৰ গৌৰীয় সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকৰ জোৱাইয়েকক যৌতুক হিচাপে  দিয়ে ২১ ডাল বিষধৰ সাপ।

সম্প্ৰদায়টোৰ মাজত এই প্ৰথা বহু যুগৰ পৰা চলি আহিছে।

বিশ্বাস কৰা হয় যে যদি এই সম্প্ৰদায়ৰ কোনো লোকে তেওঁলোকৰ কন্যাৰ বিয়াত সাপ নিদিয়ে তেতিয়াহ’লে কন্যাৰ বিয়া সোনকালে ভাঙিব।

জানিব পৰা মতে, বিয়া ঠিক হোৱাৰ পাছতেই কন্যাৰ পিতৃয়ে জোৱাইয়েকক উপহাৰ দিবলৈ সাপ ধৰা আৰম্ভ কৰি দিয়ে।

এই সাপৰ ভিতৰত গোম সাপকে ধৰি বিষাক্ত সাপ থাকে। ইয়াৰ শিশুসকলেও আনকি সেই বিষধৰ সাপসমূহক ভয় নকৰে। বৰঞ্চ তেওঁলোকে এইবোৰৰ সৈতে অনায়াসে খেলি থকাহে দেখা যায়।

এই সম্প্ৰদায়টোৰ প্ৰধান বৃত্তি হৈছে সাপ ধৰা আৰু সেইবোৰ মানুহক দেখুৱাই ধন উপাৰ্জন কৰা।

এইটোৱে কাৰণ যাৰ বাবে পিতৃয়ে তেওঁৰ জোৱাইয়েকক যৌতুক হিচাপে সাপ দিয়ে যাতে তেওঁ এই সাপৰ জৰিয়তে ধন উপাৰ্জন কৰি পৰিয়ালক ভৰণ-পোষণ দিব পাৰে।

সম্প্ৰদায়টোৰ মাজত সাপৰ সুৰক্ষাৰ বাবে কঠোৰ নিয়ম বন্ধা আছে। জানিব পৰা মতে, যদি তেওঁলোকৰ কাৰো বাকচত সাপৰ মৃত্যু হয় তেতিয়াহ’লে গোটেই পৰিয়ালটোৱে মূণ্ডন কৰিব লাগে। তদুপৰি, গোটেই সম্প্ৰদায়কে মাতি খুৱাব লাগে।

Recent News

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd