• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্বৰ ইখনৰ পিছত সিখন ৰাষ্ট্ৰই আষ্ট্ৰাজেনেকাৰ কোভিড ভেকচিন ব্যৱহাৰ বন্ধ কৰিছে; কিন্তু কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 16, 2021 4:36 pm
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহামাৰী কোভিডে সমগ্ৰ বিশ্বতে সন্ত্ৰাস চলোৱাৰ পিছতে কোভিড ভেকচিনৰ বাবে অধীৰে অপেক্ষা কৰি আছিল বিশ্ববাসী।

অৱশেষত চলিত বৰ্ষৰ দ্বিতীয়টো মাহৰ পৰা বিশ্বৰ কিছুমান দেশত বিশ্ব স্বাস্থ্য সংস্থা(WHO)ৰ অনুমোদনক্ৰমে কোভিড প্ৰতিষেধক ব্যৱহাৰ আৰম্ভ কৰা হয়। কোভিড ভেকচিনসমূহৰ ভিতৰত আটাইতকৈ বিশ্বস্ত আৰু বিশ্বাসযোগ্য ভেকচিন হিচাপে আষ্ট্ৰাজেনেকাৰৰ অক্সফোৰ্ডৰ ভেকচিনটো বিবেচিত হৈছিল।

Apply Now

পিছে এতিয়া বিশ্ব বহু ৰাষ্ট্ৰই এতিয়া আষ্ট্ৰাজেনেকাৰৰ ভেকচিনটো ব্যৱহাৰ বন্ধ কৰা বুলি জানিব পৰা গৈছে।

ৰাষ্ট্ৰসমূহে দাবী কৰিছে যে ভেকচিনটোৰ ক্ষতিকৰ দিশসমূহ ভবাতকৈ অধিক বেছি আৰু সেয়ে সামৰিকভাৱে ভেকচিনটো ব্যৱহাৰ বন্ধ কৰা হৈছে।

ইফালে বিশ্ব স্থাস্থ্য সংস্থাই উক্ত দেশসমূহৰ দাবী অস্বীকাৰ কৰি ই পাৰ্শ্বপ্ৰতিক্ৰিয়ামুক্ত আৰু ব্যৱহাৰযোগ্য বুলি কৈ আষ্ট্ৰাজেনেকাৰ ভেকচিনটো ব্যৱহাৰৰ বাবে পৰামৰ্শ দিছে।

ইয়াৰ পিছতে WHOএ উক্ত দেশনসমূহত আষ্ট্ৰাজেনেকাৰৰ ভেকচিনটো ব্যৱহাৰৰ সন্দৰ্ভত মংগলবাৰে এক বিশেষ বৈঠকো আহ্বান কৰে।

ইতিমধ্যে জাৰ্মানি, ইটালি, ফ্ৰান্স, স্পেইন, ডেনমাৰ্ক, ন’ৰৱে নেডাৰলেণ্ড আদি দেশে আষ্ট্ৰাজেনেকাৰৰ ভেকচিন ব্যৱহাৰ বন্ধ কৰাৰ পিছতে আৰু কিছু দেশে এই তালিকাত নিজৰ নাম সন্নিৱিষ্ট কৰিছে।

ইউৰোপ মহাদেশৰ ঔষধ নিয়ন্ত্ৰক সংস্থা ইউৰোপিয়ান মেডিচিনছ এজেঞ্চি(EMA)এ এই সংক্ৰান্তত অহা বৃহস্পতিবাৰে এক বৈঠক আহ্বান কৰিছে। য’ত ভেকচিনটোৰ ক্ষতিকৰ দিশসমূহ বিষয়ে পৰ্যালোচনা কৰাৰ লগতে WHOএ কৰা দাবীৰ ওপৰতো পুংখানুপুংখকৈ আলোচনা কৰা হ’ব।

আষ্ট্ৰাজেনেকাৰ ভেকচনিটো ব্যৱহাৰ সামৰিকভাৱে বাতিল কৰা দেশসমূহ হৈছে ক্ৰমে ছুইডেন, লাটাভিয়া, ফ্ৰান্স, জাৰ্মানি, স্পেইন, ইটালি, লুক্সেববাৰ্গ, চাইপ্ৰাছ, পৰ্টুগাল, শ্ল’ভেনিয়া, ইন্দোনেছিয়া, নেডাৰলেণ্ডছ, আয়াৰলেণ্ড, বুলগেৰিয়া, দ্য ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ দ্য কংগু, থাইলেণ্ড, ৰোমানিয়া, আইচলেণ্ড, ডেনমাৰ্ক, আষ্ট্ৰিয়া আদি দেশ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd