DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোন সমষ্টিত কোন বিজয়ী হৈছে? কোন কোন মহাৰথীৰ পৰাজয় ঘটিছে? নাহৰকীয়াত লুৰীণজ্যোতিৰ কি হ’ল?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 2, 2021 4:38 pm
live-results
592
VIEWS
Share on FacebookShare on Twitter

অব্যাহত আছে অসম বিধানসভা ২০২১ৰ নিৰ্বাচনৰ ভোট গণনা।

ভোট গণনাৰ প্ৰায় দহ/একাদশ ৰাউণ্ডৰ অন্তততো বিজেপি মিত্ৰজোঁটৰ অগ্ৰগতি এতিয়াও অব্যাহত আছে।

আজিৰ ভোট গণনাত বহু ৰথী মহাৰথীৰ পৰাজয় প্ৰায় স্পষ্ট হৈছে। ইয়াৰ ভিতৰত আছে প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰা, মন্ত্ৰী প্ৰমীলা ব্ৰহ্ম, অজাপৰ সভাপতি পবীন্দ্ৰ ডেকা হৈছে।

বাতৰি লিখি থকা পৰলৈকে আমাৰ হাতত পৰা তথ্য অনুসৰি মন্ত্ৰী কেশৱ মহন্তই নিকটতম প্ৰাৰ্থীক প্ৰায় ২৭,০০০ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছে। ইফালে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত বিধায়ক ভাস্কৰ শৰ্মা কংগ্ৰেছৰ প্ৰাৰ্থীক ৪৬,৫০৮ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছে।

বিহালীত বিজেপিৰ ৰঞ্জিত দত্তই ২৯,৪৮১ টা ভোটৰ ব্যৱধানত জয়ী হোৱাৰ বিপৰীতে ডিব্ৰুগড়ত বিজেপিৰ প্ৰশান্ত ফুকনে প্ৰায় ৩৯,০০০ টা হাজাৰ ভোটৰ ব্যৱধানত জয়ী হৈছে।

তিনিচুকীয়াত বিজেপিৰ সঞ্জয় কিষাণ ৯,০৩৪ টা, চতীয়াত বিজেপিৰ পদ্ম হাজৰিকা ২৪৪,৫৫ টা, মৰিয়ণীত কংগ্ৰেছ ৰূপজ্যোতি কুৰ্মী প্ৰায় ৩০০০ টা, পূৱ কোকৰাঝাৰ (জনজাতি) য়ুপিপিএলৰ লৰেঞ্চ ইছলাৰী ১৯,৮৩৪ টা, বোকাখাতত অগপৰ সভাপতি অতুল বৰা ৪৪,৬৬২ টা ভোটত জয়ী হৈছে।

পাটাছাৰকুছিত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস ৪১,৪৪২ টা, বৈঠালংছুত বিজেপিৰ ৰূপসিং টেৰণ প্ৰায় ৩০,০০০ টা, কমলপুৰত দিগন্ত কলিতা ৯,৫৪৮ টা, এআইয়ুডিএফৰ প্ৰাৰ্থী ৪৫,৭৫৮ টা ভোটত বিজয়ী হোৱা বুলি জানিব পৰা গৈছে।

ইফালে শেহতীয়াকৈ অহা বাতৰি অনুসৰি নাহৰকটীয়া সমষ্টিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ পৰাস্ত হৈছে। লুৰীণজ্যোতি গগৈক বিজেপিৰ প্ৰাৰ্থী তৰংগ গগৈয়ে পৰাজিত কৰিছে।

ইফালে মৰিগাঁৱত বিজেপিৰ ৰমাকান্ত দেউৰী আৰু থাওৰাত কংগ্ৰেছৰ সভাপতি সুশান্ত বৰগোহাঁই বিজয়ী হোৱা বাতৰি আহিছে।

(পৰৱৰ্তী প্ৰতিবেদনত সম্পূৰ্ণ তথ্য সংযোজন কৰা হ’ব)।

Tags: Assam Election

Recent News

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

যন্ত্ৰচালিত গণতন্ত্ৰ

যন্ত্ৰচালিত গণতন্ত্ৰ

Boys missing in Brahmaputra river গুৱাহাটীত পুনৰ অঘটন; ব্ৰহ্মপুত্ৰত সন্ধানহীন ১২ বছৰীয়া শিশুসহ এজন যুৱক

Boys missing in Brahmaputra river গুৱাহাটীত পুনৰ অঘটন; ব্ৰহ্মপুত্ৰত সন্ধানহীন ১২ বছৰীয়া শিশুসহ এজন যুৱক

Naughtiest Wedding Pictures

বিবাহ অনুষ্ঠানৰ কেইখনমান আলোড়নকাৰী ফটো

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd