• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

বাধাৰ ‘আকাশ’ ভেদি সাফল্যৰ দিগন্ত অভিমুখে আকাশদীপৰ অনন্য যাত্ৰা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 23, 2024 4:25 pm
India vs England Akash Deep
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰ পৰা ৰাঁচীত আৰম্ভ হৈছে ভাৰত-ইংলেণ্ডৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ চতুৰ্থখন মেচ। টছত জয়ী হৈ ইংলেণ্ডে প্ৰথমে বেটিং কৰি ইনিংছৰ আৰম্ভণিতেই সন্মুখীন হয় বিপৰ্যয়ৰ। ভ্ৰমণকাৰী দলটোৰ এই বিপৰ্যয়ৰ কাৰণ হৈ পৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক ঘটোৱা পেচাৰ আকাশদীপ। ইংলেণ্ডৰ শীৰ্ষক্ৰমৰ তিনিজন বেটাৰক বিদায় দি আকাশদীপে ভাৰতক দিয়ে প্ৰত্যাশিত আৰম্ভণি।

অভিষেকতে এনে চমকেৰে যুৱ পেচাৰগৰাকীয়ে লাভ কৰিছে যথেষ্ট প্ৰশংসা। সমান্তৰালকৈ চৰ্চালৈ আহিছে আকাশদীপৰ ক্ৰিকেটীয় যাত্ৰাৰ কণ্টকময় আৰম্ভণিৰ কাহিনী। আজি দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে আকাশদীপক অভিষেক টেষ্ট কেপ প্ৰদান কৰে। এই গৌৰৱময় ক্ষণত ক্ৰিকেটাৰগৰাকীৰ মাতৃ তথা পৰিয়ালৰ আন কেইজনমান সদস্য উপস্থিত থাকে।

Apply Now

পিছে এই গৌৰৱৰ ক্ষণটিৰ বাবে আকাশদীপে অতিক্ৰম কৰি আহিছে জীৱনৰ যথেষ্ট কঠিন বাধা। এনে বাধাৰ পৰিপ্ৰেক্ষিতত আকাশদীপে ভাৰতীয় দলত স্থান পোৱা বাদেই, হয়তো ক্ৰিকেটকে বিদায় দিলেহেঁতেন চিৰদিনলৈ! তিনিবছৰৰ বাবে অৱশ্যে ক্ৰিকেটক বিদায়ো দিছিল আকাশদীপে। কিয় তেওঁ ল’ব লগা হৈছিল এই সিদ্ধান্ত? বিহাৰৰ সাছাৰাম নিবাসী আকাশদীপে ক্ৰিকেট খেলাৰ বাবে লাভ কৰা নাছিল পিতৃৰ সমৰ্থন।

পিতৃৰ পৰা প্ৰয়োজনীয় সহায় নোপোৱাৰ পিছত আকাশে চাকৰি বিচাৰি দুৰ্গাপুৰলৈ ৰাওনা হয়। সৌভাগ্যৱশতঃ  অৱশেষত তেওঁ এজন খুৰাকৰ সহায় লাভ কৰে। ইয়াৰ পিছতে আকাশে এক স্থানীয় একাডেমীত যোগদান কৰি আৰম্ভ কৰে ক্ৰিকেট প্ৰশিক্ষণ। একাডেমিত আকাশে নিজৰ গতিৰে লাহে লাহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

কিন্তু, আকাশে নিজৰ প্ৰতিভাক পূৰ্ণ বিকশিত কৰি সাফল্য অৰ্জনৰ দ্বাৰ মুকলি কৰাৰ পূৰ্বেই পিতৃৰ এক ষ্ট্ৰোক হয় আৰু তেওঁৰ মৃত্যু হয়। পিতৃৰ মৃত্যুৰ দুমাহৰ পাছত আকাশৰ ডাঙৰ ভাতৃৰো মৃত্যু হয়। এনে পৰিস্থিতিয়ে আকাশৰ পৰিয়ালত সংকটাপন্ন অৱস্থাৰ সৃষ্টি কৰিলে। আৰ্থিক সংকটে গা কৰি উঠে তেওঁৰ ঘৰত। যাৰ পৰিণতিত আকাশে ঘৰৰ দায়িত্ব লৈ তিনিবছৰ ধৰি ক্ৰিকেটৰ পৰা আঁতৰি থাকে আৰু ঘৰতে টকা উপাৰ্জন কৰিব লগা হৈছিল।

স্বাভাৱিকতেই এনে ঘটনাৰাজিয়ে আকাশৰ জীৱনে আন এক গতিপথ লয়। অৱশ্যে ক্ৰিকেটৰ প্ৰতি থকা দুৰ্বাৰ প্ৰেমে তেওঁক বেছি দিন ২২ গজৰ পৰা আঁতৰাই ৰাখিব পৰা নাছিল। তিনিবছৰীয়া বিৰতিৰ পিছত আকাশ দুৰ্গাপুৰলৈ উভতে আৰু তাৰ পৰাই ৰাওনা হয়। ইয়াৰ পিছত আকাশে বংগৰ ২৩ বছৰ অনুৰ্ধ দলত যোগদান কৰি ২০১৯ চনত অভিষেক ঘটায়।

ইয়াৰ পিছতে ২০১৮-১৯ বৰ্ষত ভাৰতীয় ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা ক্ৰমে চৈয়দ মুস্তাক আলী, বিজয় হাজাৰে ট্ৰফী, ৰঞ্জী ট্ৰফীত আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত আৰু সফলতাৰ পথত পিছলৈ ঘূৰি চাবলগা হোৱা নাই আকাশদীপে। বিশ্বৰ ভিতৰতে আটাইতকৈ অৰ্থসমৃদ্ধ ক্ৰিকেট লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ফ্ৰেঞ্চাইজি ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে আকাশক আই পি এল ২০২২ ছিজনৰ পূৰ্বে চুক্তিবদ্ধ কৰে।

বিগত বৰ্ষৰ নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা শৃংখলাৰ বাবে তেওঁ আঘাতপ্ৰাপ্ত দীপক চাহাৰৰ স্থানত ভাৰতৰ এদিনীয়া দলত অন্তৰ্ভুক্ত হৈছিল। অৱশ্যে এখনো মেচত তেওঁ লাভ কৰা নাছিল সুযোগ। অৱশেষত আজি জীৱনৰ এই সকলো কঠিন বাধা অতিক্ৰম কৰি আকাশদীপে ভাৰতীয় দলৰ হৈ অভিষেক ঘটায়। ইয়াৰ লগে লগে আকাশদীপ ভাৰতৰ হৈ টেষ্ট ক্ৰিকেট খেলা ৩১৩ সংখ্যক খেলুৱৈ হিচাপে পৰিগণিত হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd