• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কোন এই লৰেঞ্চ বিষ্ণয়? চলমান খানক কিয় বাৰে বাৰে হত্যা কৰিবলৈ বিচাৰিছে লৰেঞ্চ বিষ্ণয়ে ?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 19, 2020 4:50 pm
Story-5-16-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলমান খানক হত্যা কৰিবলৈ পৰিকল্পনা কৰা ৰাহুল ওৰফে বাবা ওৰফে ছাংগা নামৰ এক গেংষ্টাৰ গ্ৰেপ্তাৰ হৈছে আৰক্ষীৰ হাতত।

উত্তৰাখণ্ডত যোৱা ১৫ আগষ্টত গ্ৰেপ্তাৰ কৰাৰ ৰাহুলক তদন্তৰ বাবে ফৰিদাবাদলৈ অনাৰ পিছতে চলমান খানক হত্যা কৰাৰ পৰিল্পনাৰ বিষয়ে বহু ভয়ংকৰ তথ্য বাহিৰ হৈছে।

Apply Now

আৰক্ষীৰ জেৰাত চলমান খানক হত্যা কৰিবলৈ কোনে আৰু কিয় তেওঁক দায়িত্ব দিছিল আৰু তাৰ বাবে কি কি পৰিকল্পনা কৰিছিল সেই বিষয়ে বহু ভয়ংকৰ তথ্য ব্যক্ত কৰিছে ৰাহুলে।

উল্লেখ্য যে, হাৰিয়ানাৰ ভিৱানী জিলাৰ ৰাহুলক ফৰিদাবাদৰ নিৱাসী প্ৰবীণ নামৰ এজন লোকক হত্যাৰ অভিযোগত যোৱা জুন মাহৰ পৰাই ফৰিদাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ বিচাৰি ফুৰিছিল।

আনহাতে ৰাহুলৰ বিৰুদ্ধে আৰক্ষী থানাত বহুতো অপৰাধমুলক গোচৰো ৰুজু হৈ আছে।

এই ৰাহুলকে চলমান খানক হত্যাৰ বাবে দায়িত্ব দিছিল ৰাজস্থানৰ গেংষ্টাৰ লৰেঞ্চ বিষ্ণয়ে।

ইয়াৰ পিছতে ৰাহুলে চলমান খানক হত্যাৰ বাবে পৰিকল্পনা জুগুত কৰে। পৰিকল্পনা অনুসৰি চলিত বছৰৰ জানুৱাৰীত ৰাহুলে মুম্বাই উপস্থিত হৈ চলমান খানক দুদিন ধৰি অনুসৰণ কৰিছিল।

চলমান খানে কোন সময়ত ঘৰৰ পৰা বাহিৰলৈ যায়, কোন সময়ত ঘৰলৈ ওভতি আহে তাৰ নজৰ ৰাখিছিল ৰাহুলে। কিন্তু লৰেঞ্চৰ নিৰ্দেশত মুম্বাই এৰিছিল ৰাহুলে।

চলমান খানক হত্যাৰ পৰিকল্পনা সফল হোৱাৰ পূৰ্বেই প্ৰবীণ নামৰ লোকজনৰ হত্যাত অভিযুক্ত হৈ পলায়ন কৰিবলৈ বাধ্য হয় ৰাহুল।

ইতিমধ্যে প্ৰবীণৰ হত্যাৰ অভিযোগত ৰাহুলৰ লগতে অন্য চাৰিজনকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ৰাহুলে আৰক্ষীৰ জেৰাত মুখ খুলি কৈছে যে লৰেঞ্চ বিষ্ণয়ে যোৱা বছৰো চলমান খানক হত্যা কৰিবলৈ অন্য এজন গেংষ্টাৰক দায়িত্ব দিছিল যদিও তেওঁ সফল হোৱা নাছিল।

এক সূত্ৰৰ মতে ৰাজস্থানৰ যোথপুৰৰ পৰা লৰেঞ্চ বিষ্ণয়ে গেঙৰ গতিবিধি নিয়ন্ত্ৰণ কৰি আহিছে।

উল্লেখ্য যে, এইজন লৰেঞ্চ বিষ্ণয়ে চলমান খানক একাধিকবাৰ হত্যাৰ ভাবুকিৰ লগতে চুপাৰিও দি আহিছে।

লৰেঞ্চ বিষ্ণয়ৰ লগত কোনো ব্যক্তিগত শত্ৰুতা নাথাকিলেও ৰাজস্থানত কৃষ্ণসাৰ হৰিণ হত্যাৰ কৰি বিষ্ণয় উপজাতিৰ ৰোষত পৰিছিল চলমান খানে।

আৰু তেতিয়াৰ পৰাই লৰেঞ্চ বিষ্ণয়ে চলমান খানক হত্যাৰ ভাবুকি দি আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

July 1, 2026 5:10 pm
১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

July 1, 2026 4:42 pm
ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

July 1, 2026 4:10 pm
নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

July 1, 2026 3:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

July 1, 2026 5:10 pm
১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

July 1, 2026 4:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd