DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’নাৰ চিকিৎসাত ৰেমডিচিভিৰ উপযোগী নহয়; জনালে WHOই

এন ই নাও নিউজ by এন ই নাও নিউজ
October 16, 2020 2:09 pm
WHO-Director-General-Tedros-Adhanom-Ghebreyesus-750x375

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ'ছ। ফাইল ফটো

342
VIEWS
Share on FacebookShare on Twitter

বিশ্ব স্বাস্থ্য সংস্থাই (WHO)ই কৰ’নাৰ চিকিৎসাত ৰেমডিচিভিৰ দৰৱৰ ব্যৱহাৰ কাৰ্যত: বাতিল কৰিছে।

সংস্থাৰ দাবী যে এই এন্টিভাইৰেল দৰৱবিধ ব্যৱহাৰৰ ফলত কৰ’না ৰোগীৰ কোনো উপকাৰ নহয়। ইয়াৰ ফলত কৰ’না ৰোগীয়ে চিকিৎসালয়ৰ পৰা সোনকালে মুক্তি পাইছে নে মৃত্যুৰ হাৰ কমিছে সেয়া একো হোৱা নাই।

বাতৰি অনুসৰি, WHOই আয়োজন কৰা এক ক্লিনিকেল ট্ৰায়েলত পোৱা তথ্য অনুসৰি ৰেমডিচিভিৰ নামৰ দৰৱটো কৰ’না ৰোগীৰ কোনো উপকাৰত নাহে। আৰু যিখিনি লাগে, সেয়া অতি সামান্য।

WHOই এতিয়াও অৱশ্যে এই ট্ৰায়েলৰ ফলাফল প্ৰকাশ কৰা নাই। সংস্থাটোৱে ৩০খনতকৈয়ো অধিক দেশৰ ১১হাজাৰ ২৬৬জন ৰোগীৰ ওপৰত সমীক্ষা চলাই এই সিদ্ধান্তত উপনীত হৈছে।

ইয়াৰ পূৰ্বে মাৰ্কিন গৱেষকসকলে দাবী কৰিছিল যে এন্টিভাইৰেল দৰৱ ৰেমডিচিভিৰে মানৱ শৰীৰত কৰ’না ভাইৰাছৰ বংশবৃদ্ধি ৰোধ কৰাত সহায় কৰে।

আন একাংশ চিকিৎসকে ৰেমডিচিভিৰে হাওঁফাওঁৰ সংক্ৰমণ ৰোধ কৰাত সাহায্য কৰা বুলিও দাবী কৰিছিল। যাৰ ফলত কৰ’না আক্ৰান্ত ৰোগীৰ মৃত্যুৰ হাৰ হ্ৰাস পায়।

বৰ্তমান গোটেই বিশ্বতে চিকিৎসকসকলে এই এন্টিভাইৰেল দৰৱটো চিকিৎসাৰ বাবে ব্যৱহাৰ কৰি আছে। কিন্তু WHOৰ সমীক্ষাই বিষয়টো গুৰুত্বহীন কৰি তুলিলে।

ইয়াৰ পূৰ্বে  WHOই মেলেৰিয়াৰ দৰৱ হাইড্ৰ’ক্সিক্লৰ’কুইন ব্যৱহাৰক লৈয়ো আপত্তি দৰ্শাইছিল আৰু ইয়াৰ ব্যৱহাৰ বন্ধ কৰি দিছিল।

Tags: COVID-19

Recent News

Stampede broke out: প্ৰসাদৰ বাবে ল’ৰা ঢপৰা; পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত

Stampede broke out: প্ৰসাদৰ বাবে ল’ৰা ঢপৰা; পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত

নিশা অহা এজাক মুষলধাৰ বৰষুণতে বুৰ গ’ল ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰ

নিশা অহা এজাক মুষলধাৰ বৰষুণতে বুৰ গ’ল ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰ

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ভাৰতত দৃশ্যমান হ’বনে?

আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ভাৰতত দৃশ্যমান হ’বনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd