DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোভিড-১৯ৰ ভেকচিন ওলাবই বুলি কোনোধৰণৰ নিশ্চয়তা নাই : বিশ্ব স্বাস্থ্য সংস্থা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 26, 2020 10:29 am
who-2_062320083514 new

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ অধানাম ঘেব্ৰিয়েছুছ।

5.8k
VIEWS
Share on FacebookShare on Twitter

বিশ্ব স্বাস্থ্য সংস্থাৰ অধ্যক্ষ টেড্ৰ’ছ আধন’মে বিজ্ঞানী সকলে ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক প্ৰস্তুত কৰি উলিয়াব পাৰিবই বুলি কোনোধৰণৰ নিশ্চয়তা নাই বুলি উল্লেখ কৰে।

ন’ভেল ক’ৰ’না ভাইৰাছে সৃষ্টি কৰা কোভিড-১৯ৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সফল ভেকচিন প্ৰস্তুত উলিওৱাৰ ক্ষেত্ৰত কোনোধৰণৰ নিশ্চয়তা নাই বুলিও অধ্যক্ষ গৰাকীয়ে কয়।

”ক’ৰ’না ভাইৰাছৰ বাবে আমাৰ কোনোধৰণৰ ভেকচিন নাই…..আশা কৰো এবছৰৰ ভিতৰত কিবা ভেকচিন ওলাব,” টেড্ৰ’ছে কয়।

আনহাতে, বিশ্ব স্বাস্থ্য সংস্থাৰ অধ্যক্ষ গৰাকীয়ে চলিত সপ্তাহৰ ভিতৰতে সমগ্ৰ বিশ্বত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যাই ১ কোটিৰ সীমা অতিক্ৰম কৰিব বুলি উল্লেখ কৰে।

প্ৰতিদিনে বিশ্বত প্ৰায় এক লাখতকৈ অধিক লোক ক’ৰ’না আক্ৰান্ত হোৱা বাবে অধ্যক্ষ গৰাকীয়ে সমগ্ৰ বিশ্ব বৰ্তমান সময়ত জটিল পৰিস্থিতিৰ দিশে গতি কৰিছে বুলি উল্লেখ কৰি এইক্ষেত্ৰত সকলো দেশে একেলগে আগবাঢ়িব লাগিব বুলিও মত ব্যক্ত কৰে।

তদুপৰি, বিশ্ব  স্বাস্থ্য সংস্থাৰ প্ৰতি য়ুৰোপিয়ান দেশ জাৰ্মানী আৰু ফ্ৰান্সে দেখুওৱা সমৰ্থনক টেড্ৰ’ছে ধন্যবাদ জ্ঞাপন কৰে।

Recent News

ডিজিটেল ষ্ট্ৰাইক! চীনৰ সৈতে সম্পৰ্কৰ অভিযোগত ২০০তকৈও অধিক এপ নিষিদ্ধ কৰিলে কেন্দ্ৰই

ডিজিটেল ষ্ট্ৰাইক! চীনৰ সৈতে সম্পৰ্কৰ অভিযোগত ২০০তকৈও অধিক এপ নিষিদ্ধ কৰিলে কেন্দ্ৰই

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ ৭৯ বছৰ বয়সত দেহাৱসান

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ ৭৯ বছৰ বয়সত দেহাৱসান

মাতাল অৱস্থাত পত্নী, পুত্ৰক মাৰপিট; গ্ৰেপ্তাৰ হোৱাৰ পথত প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি!

মাতাল অৱস্থাত পত্নী, পুত্ৰক মাৰপিট; গ্ৰেপ্তাৰ হোৱাৰ পথত প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি!

শিশুৰ অনুশাসন আৰু শাস্তি

শিশুৰ অনুশাসন আৰু শাস্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd