• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰশিক্ষকৰ দৌৰ : ভাৰতীয় ক্ৰিকেট দলৰ বাবে ভাল প্ৰশিক্ষক কোন হ’ব শাস্ত্ৰী, মুদী, কাৰ্ষ্টেন, জয়াবৰ্ধনে নে ছেগৱাগ?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 23, 2019 6:07 pm
Indian Next coach

কাৰ্ষ্টেন, ছেগৱাগ, জয়াবৰ্ধন, মুদী

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বকাপৰ ছেমিফাইনেলৰ পৰা বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় ক্ৰিকট দলৰ অপ্ৰত্যাশিত বিদায়ৰ পাছতে ক্ৰিকেট অনুৰাগী সকলৰ মাজত দলৰ প্ৰশিক্ষক সলনি কৰাৰ বাবে তীব্ৰ দাবী উত্থাপন হয়।

বিশ্বকাপৰ পাছতে বৰ্তমানৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰী আৰু তেওঁৰ সহযোগী বলিং প্ৰশিক্ষক ভৰত অৰুণ, বেটিং প্ৰশিক্ষক সঞ্জয় বাংগাৰ আৰু ফিল্ডিং প্ৰশিক্ষক আৰ শ্ৰীধৰৰ কাৰ্য্যকালৰ সামৰণি পৰিছে যদিও বি চি চি আয়ে তেওঁলোকৰ কাৰ্য্যকাল ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ প্ৰতি লক্ষ্যৰাখি ৪৫ দিন বৃদ্ধি কৰে।

Apply Now

আনহাতে, বি চি চি আয়ে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ লগতে বেটিং, বোলিং, ফিল্ডিং প্ৰশিক্ষক আৰু চাপোৰ্ট ষ্টাফৰ পদৰ বাবে ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ কৰিছে।

এতিয়া ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী প্ৰশিক্ষক কোন হ’ব তাকে লৈ চিন্তা চৰ্চা আৰম্ভ হৈছে। ৰবি শাস্ত্ৰীকে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে ৰখা ভাল নে অন্য প্ৰশিক্ষক নিযুক্তি দিয়াটো ভাল হ’ব?

উল্লেখযোগ্য যে, ৰবি শাস্ত্ৰীৰ প্ৰশিক্ষণত ভাৰতে বিশ্বকাপৰ ছেমিফাইনেলৰ পৰা বিদায় ললেও তেওঁৰ প্ৰশিক্ষণতে ভাৰত বিশ্বৰ টেষ্ট আৰু এদিনীয়াৰ ১নং দল হিচাপে পৰিগণিত হৈছিল।

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ দৌৰত বৰ্তমান থকা কেইগৰাকীমান প্ৰশিক্ষক হ’ল-গেৰী কাৰ্ষ্টেন, মহেলা জয়াবৰ্ধনে, টম মুডী আৰু বিৰেন্দাৰ ছেহৱাগ।

গেৰী কাৰ্ষ্টেনৰ প্ৰশিক্ষণতে ভাৰতীয় ক্ৰিকেট দলে ২০১১ চনত বিশ্বকাপ জয় কৰিবলৈ সক্ষম হৈছিল।তাৰ উপৰি গেৰীয়ে ২০১৪ আৰু ২০১৫ চনত আই পি এলত দিল্লী ডেয়াৰডেভিলছ আৰু ২০১৮-২০১৯ চনত ৰোয়েল চেলেঞ্জাৰ বাংগালোৰৰ প্ৰশিক্ষক হিচাপে কাৰ্য্য নিৰ্বাহ কৰি আছে।

আন এগৰাকী প্ৰশিক্ষক টম মুডী প্ৰশিক্ষক হিচাপে যথেষ্ট অভিজ্ঞ। প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ মুদীয়ে ২০০৭ চনত শ্ৰীলংকাক বিশ্বকাপৰ ছেমিফাইনেললৈ উপনীত কৰাইছিল আৰু বৰ্তমান আই পি এলত হায়দৰাবাদৰ প্ৰশিক্ষক হিচাপে  কাম কৰি আছে।

শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়ক মহেলা জয়াবৰ্ধনে ভাৰতীয় প্ৰশিক্ষকৰ দৌৰত আটাইতকৈ আগত আছে। ২০,০০০ আন্তঃৰাষ্ট্ৰীয় ৰাণৰ অধিকাৰী জয়াৰ্ধনে আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ প্ৰশিক্ষক হিচাপে কাৰ্য্যনিৰ্বাহ কৰি দলটোক আই পি এলৰ খিতাপ আনি দিবলৈ সক্ষম হৈছে।

ভাৰতীয় প্ৰশিক্ষকৰ দৌৰত থকা আন এগৰাকী ক্ৰিকেটাৰ হ’ল ভাৰতৰ প্ৰাক্তন মাৰমুখী অপেনাৰ বিৰেন্দাৰ ছেহৱাগ। ছেহৱাগে কিংগছ এলেভেন পঞ্জাৱৰ পৰামৰ্শদাতা হিচাপে কাম কৰি আছে।

লক্ষ্যণীয় কথাটো হ’ল ক্ৰিকেট পৰামৰ্শদাতা কমিটিয়ে প্ৰশিক্ষক নিৰ্বাচনৰ ক্ষেত্ৰত পূৰ্বৰ প্ৰশিক্ষককে বাহাল ৰাখেনে নতুন প্ৰশিক্ষক নিযুক্তি দিয়ে সেয়া সময়ত পৰিস্কাৰ হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

August 20, 2026 2:18 pm
যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

August 20, 2026 2:18 pm
যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd