• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অন্ত পৰিল ড০ মৃদুল হাজৰিকাৰ কাৰ্যকাল : কোন হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰৱৰ্তী উপাচাৰ্য ?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 18, 2018 1:51 pm
Gauhati-University-Assam-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকাৰ কাৰ্যকাল শুকুৰবাৰে অন্ত পৰে। বৰ্তমানৰ উপাচাৰ্য হাজৰিকাৰ পাঁচ বছৰীয়া কাৰ্যকালৰ অন্ত পৰাৰ লগে লগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰৱৰ্তী উপাচাৰ্য কোন হ’ব সেই লৈ বিদ্বৎ মহলৰ মাজত ব্যাপক চৰ্চা আৰম্ভ হৈছে।

ইতিমধ্যে উপাচাৰ্য বাছনিৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগৰ প্ৰাক্তন অধ্যক্ষ বেদপ্ৰকাশক অধ্যক্ষ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰে এগৰাকী অধ্যাপকক লৈ তিনিজনীয়া এখন উপাচাৰ্য অনুসন্ধান সমিতি গঠন কৰা হৈছে।

Apply Now

আনহাতে, এই উপাচাৰ্য অনুসন্ধান সমিতিখনক লৈয়ো বিতৰ্কৰ উদ্ভৱ হৈছে। বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সন্থাই উপাচাৰ্য অনুসন্ধান সমিতিখনক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে।

শিক্ষক সন্থাই প্ৰকাশ কৰা মতে উপাচাৰ্য অনুসন্ধান সমিতিৰ সদস্য হিচাপে বিশ্ববিদ্যালয়খনৰ কাৰ্যবাহী পৰিষদৰ পৰা এগৰাকী সদস্যক মনোনীত কৰাৰ নিয়ম। সেই অনুযায়ী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদে যিগৰাকী সদস্যক মনোনীত কৰিছে তেওঁ বিশ্ববিদ্যালয়খনৰ এটা বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু বৰ্তমান বিশ্ববিদ্যালয়ৰ নিয়োগ সমিতিৰো এগৰাকী সদস্য।

তদুপৰি বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিয়ম অনুসৰি উপাচাৰ্য অনুসন্ধান সমিতিৰ কোনো সদস্য সংশ্লিষ্ট বিশ্ববিদ্যালয়খনত কোনো ধৰণৰ কাম-কাজত জড়িত অথবা সমিতিৰ সদস্য হ’ব নোৱাৰে।

গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সন্থাই এনেবোৰ কাৰণতে উপাচাৰ্য অনুসন্ধান সমিতিখনক লৈ ঘোৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁলোকে ইতিমধ্যে বিষয়টো আচাৰ্য তথা ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰো দৃষ্টিগোচৰ কৰিছে। সেয়ে  পৰৱৰ্তী উপাচাৰ্য কোন হ’ব সেই সম্পৰ্কে এতিয়াও ছবি স্পষ্ট হোৱা নাই।

ইয়াৰ মাজতে কাৰ্যকাল অন্ত পৰা উপাচাৰ্য মৃদুল হাজৰিকাক পৰৱৰ্তী উপাচাৰ্য নিযুক্তি নিদিয়া পৰ্যন্ত বিশ্ববিদ্যালয়ৰ কাম-কাজ চলাই যাবলৈ অনুমতি দিয়ে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ১৬ আগষ্টত অনুষ্ঠিত ইউ জি চিৰ স্থায়ী সমিতিৰ ৩১সংখ্যক বৈঠকত নাকৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানসমূহৰ  প্ৰকাশ কৰা তালিকাত গুৱাহাটী বিশ্ববিদ্যালয়ে ‘এ’ গ্ৰেড লাভ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd