• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰ দখললৈ যাব জলেশ্বৰ বিধানসভা সমষ্টি? জংক পংক লাগিব নেকি মহাজোঁটৰ বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাত!

নীলমনি শৰ্মা by নীলমনি শৰ্মা
March 24, 2021 5:24 pm
FB_IMG_1616584281726(1)
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব লগা গোৱালপাৰাৰ জিলাৰ এটা অন্যতম সমষ্টি হল জলেশ্বৰ বিধান সভা সমষ্টি৷ এই মূহূৰ্তত জলেশ্বৰত নিৰ্বাচনী গৰম বতাহ  বলিবলৈ আৰম্ভ কৰিছে৷ নিজৰ সমৰ্থনত কংগ্ৰেছ, এ আই ইউ ডি এফ, জাতীয় পৰিষদ আৰু বিজেপি দলে সমষ্টিত তীব্ৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে৷

মহাজোঁট বন্ধনৰ দুই মিত্ৰ কংগ্ৰেছ, আৰু এআইইউডিএফে এই বেলি জলেশ্বৰ সমষ্টিত আগবঢ়াইছে বন্ধুত্বপূৰ্ণ প্ৰতিযোগিতা৷ এআইইউডিএফৰ দখলত থকা জলেশ্বৰ সমষ্টি দখলৰ বাবে কংগ্ৰেছ দলে উঠিপৰি লাগিছে৷

Apply Now

কংগ্ৰেছ দলৰ প্ৰাক্তন বিধায়ক আফতাবুদ্দিন মোলাৰ বিপৰীতে এআইইউডিএফে দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে চিকিৎসক ডা° ৰেজ্জা আমিনক৷ আনহাতে এজেপি দলে ৰছিদুল হক আৰু বিজেপি দলে উছমান গুণিক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে৷

সংখ্যালঘু অধ্যুষিত জলেশ্বৰৰ নিৰ্বাচন যুঁজখন এই বেলি আৰু অধিক আকৰ্ষণীয় হ’ব বুলি সচেতন মহলে মন্তব্য কৰিছে৷

বিগত  বছৰ কেইটাত সমষ্টিটোত সৰ্বসাধাৰণে প্ৰতিবাদ মুখৰ হৈ পৰিছিল বৰ্তমানৰ বিধায়ক ছাহাবুদ্দিন আহমেদৰ বিৰুদ্ধে৷বিশেষকৈ বিগত বছৰত চিলাৰভিটা মথাউৰি ভাঙি বানে তাণ্ডৱ চলোৱা সময়ত জলেশ্বৰ সমষ্টি বিধায়ক ছাহাবুদ্দিন আহমেদৰ ভূমিকাত ক্ষুব্ধ হৈছিল সাধাৰণ জনতা৷

অৱশ্যে একাংশ ভোটৰ ৰাইজে এআইইউডিএফ দলে দিয়া প্ৰাৰ্থী সিকিৎসক ডা° ৰেজ্জ আমিনৰ প্ৰতি আস্থা প্ৰকাশ কৰা দেখা গৈছে৷ কিয়নো প্ৰতিবাদৰ পিছতে এইবাৰ নতুন মুখক দলে  প্ৰাৰ্থীত্ব প্ৰদান কৰিছে৷

বন্ধুত্ব পূৰ্ণ প্ৰতিযোগিতা হলে সমষ্টিটো এআইইউডিএফৰ দখলৰ পৰা এই বেলি উদ্ধাৰ কৰাৰ বাবে কংগ্ৰেছ দলে যৎপৰোনাস্তি চেষ্টা কৰা দেখা গৈছে৷কংগ্ৰেছ দলটো প্ৰাৰ্থী আফতাবুদ্দিন মোল্লাই প্ৰতিটো দিনে সমষ্টি চুকেকোণে সভা সমিতি অনুস্থিত কৰি ভোটাৰ ৰাইজক কংগ্ৰেছ দলক ভোট দিয়াৰ বাবে আহ্বান জনাইছে৷

অৱশ্যে আফতাবুদ্দিন মোল্লাৰ সমষ্টি এটা সুকীয়া পৰিছয় আছে৷বিশেষকৈ বিগত বছৰে চিলাৰভিটা মাথাউৰি ভাঙি বানে তাণ্ডৱ চলোবাৰ সময়ত তেওঁ যথেষ্টখিনি সহায় কৰিছল ৰাইজক৷ সাধাৰণ ভোটাৰ ৰাইজে প্ৰকাশ কৰা মতে এগৰাকী বিধায়ক থকাৰ পিছতো প্ৰাক্তন বিধায়ক আফতাবুদ্দিন মোলাৰ ভুমিকা যথেষ্ট আছিল৷

সমষ্টিৰ ৰাইজে নাৰাজ এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ প্ৰতি বিগত দহ বছৰত বিধায়ক তথা এগৰাকী সাংসদ হৈ থকাৰ পিছতো আশাকৰা ধৰণে কোনো উন্নয়ন নহ’ল সমষ্টিত৷

এনেধৰণৰ কথাৰ সুবিধা গ্ৰহণ কৰিৱ বিছাৰিছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰাক্তন বিধায়ক আফতাবুদ্দিন মোল্লাই৷ কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীৰ দাবী এইবাৰ জলেশ্বৰ সমষ্টি নিশ্চিতভাৱে কংগ্ৰেছৰ দখললৈ আহিব৷

সমষ্টিটো কেইবাটাও ৰাজনৈতিক দলে প্ৰতিদ্বন্দ্বিতা কৰিছে যদিও মূল যুঁজখন কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ মাজতে সীমাবদ্ধ থাকিব৷ৰ

নীলমনি শৰ্মা

নীলমনি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd