DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কিয় আমেৰিকাত ক’ৰ’না আক্ৰান্তৰ সংখ্যা সৰ্বাধিক বুলি ক’লে ড’নাল্ড ট্ৰাম্পে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 14, 2020 11:47 am
539
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ ভিতৰতে আমেৰিকাত সৰ্বাধিক লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। সংক্ৰমণৰ সংখ্যা উদ্বেগজনক যদিও ইয়াৰ অন্তৰ্নিহিত কাৰণ বাখ্যা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

ট্ৰাম্পে কয় যে আমেৰিকাই অন্য দেশৰ তুলনাত সৰ্বাধিক লোকৰ ক’ৰ’নাৰ টেষ্ট কৰিছে, যাৰ বাবে সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাই আছে।

তেওঁ কয়, ‍‘আমি বাকী দেশৰ তুলনাত বহুত টেষ্ট কৰিছো। টেষ্ট কৰিলে আক্ৰান্তৰ সংখ্যাও পোহৰলৈ আহে। কিছুমান দেশে হাস্পতাল বা চিকিৎসকৰ ওচৰলৈ আহিলেহে টেষ্ট কৰে। সেই দেশ সমূহে এনেদৰে টেষ্ট কৰি আছে কাৰণে আক্ৰান্তৰ সঠিক তথ্য পোহৰলৈ অহা নাই’।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কয়, ‍‘আমি ভাল কাম কৰি আছো। ভেকশ্যিন বনোৱা কাৰ্যটো আমি ভাল কাম কৰি আছো। মই ভাবো যে আমি অতি শীঘ্ৰে ভাল খবৰ শুনিবলৈ পাম’।

‘আমি এতিয়ালৈকে ভাল কাম কৰি আছো। আমাৰ টেষ্ট বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ। চীন, ৰাছিয়া, ব্ৰাজিলৰ লগতে ভাৰতৰ তুলনাত আমেৰিকাই সৰ্বাধিক টেষ্ট কৰিছে’, এইদৰে কয় ট্ৰাম্পে।

উল্লেখ্য যে, ক’ৰ’না ভাইৰাছে সৃষ্টি কৰা সংহাৰৰ বাবে চীনক বিশ্ববাসীয়ে কেতিয়াও ক্ষমা নকৰে বুলিও পুনৰ এবাৰ মন্তব্য কৰিছ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

Recent News

Trans Couple birth Baby

ইতিহাস! দেশত প্ৰথমবাৰৰ বাবে সন্তান জন্ম দিলে ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে

US on India Approach On Russian Oil

কূটনৈতিক বিজয়! ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ত আপত্তি নাই আমেৰিকাৰ

Earthquake in Turkey Syria

মৃত্যু উপত্যকাত পৰিণত তুৰস্ক-ছিৰিয়া: ভূমিকম্পত নিহতৰ সংখ্যা ১৫ হাজাৰলৈ বৃদ্ধি

Deaths In Police Custody

দেশত পাঁচ বছৰত আৰক্ষীৰ জিম্মাত মৃত্যু ৬৬৯ গৰাকীৰ: সংসদত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd