• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছৰ দিনত ‘কোৰাণ’ৰ গুণানুকীৰ্তন কৰা হিমন্ত এতিয়া কিয় অত্যাধিক ‘মিঞা-মুছলমান’ বিৰোধী?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 2, 2021 9:22 pm
himu hahi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ দিনত সংখ্যালঘু মুছলমানসকলৰ বুকুৰ কুটুম আছিল এতিয়াৰ বিজেপিৰ দক্ষ-প্ৰতাপী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

কিয়নো কংগ্ৰেছৰ শাসনকালত শিক্ষা মন্ত্ৰীকে ধৰি বহুকেইটা দপ্তৰৰ মন্ত্ৰী হৈ থকা মন্ত্ৰীগৰাকীৰো বৰ আপোন আছিল ‘মিঞা-মুছলমান’সকল।

Apply Now

কিয়নো অতীতৰে পৰা চলি অহা এক চৰ্চা মতে কংগ্ৰেছসকল সংখ্যালঘুৰ একপ্ৰকাৰ ত্ৰাণকৰ্তা।

যি পাত্ৰত থোৱা যায় সেই পাত্ৰৰে ৰং লোৱা ড০ হিমন্ত বিশ্ব শৰ্মাৰো সেই সময়ত ‘মিঞা-মুছলমান’সকল অতিকৈ প্ৰিয় আছিল। কিন্তু এতিয়া সেই একেগৰাকী মন্ত্ৰীয়ে এতিয়া ‘মিঞা-মুছলমানক যিমান পাৰি বেয়াকৈ ক’বলৈয়ো কুন্ঠাবোধ নকৰে বুলি মন্তব্য কৰিব পৰা হ’ল।

আনকি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সোঁতৰ বিপৰীতে গৈ ‘মিঞা-মুছলমানে’ বিজেপিক ভোট নিদিয়ে বুলিহে কোৱাৰ সাহস কৰিব পৰা হ’ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আনকি, এতিয়া চৰকাৰৰ খৰচৰে ধৰ্মীয় শিক্ষা দিয়া নহ’ব বুলি দাবী কৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছা শিক্ষাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আধ্যাত্মিক শিক্ষা অতিকৈ প্ৰয়োজনীয় বুলি দাবী কৰিছিল।

কৰিমগঞ্জৰ মাদ্ৰাছাকেন্দ্ৰিক এক অনুষ্ঠানত ইছলাম ধৰ্মৰ সমৰ্থনত কংগ্ৰেছৰ মন্ত্ৰী হৈ থাকোতে হিমন্তই কৈছিল ‘পৃথিৱীত যিমান ধৰ্ম আছে সেই ধৰ্মসমূহৰ পবিত্ৰ গ্ৰন্থসমূহৰ ভিতৰত শিক্ষাৰ পোহৰ দিয়া গ্ৰন্থ হ’ল পবিত্ৰ কোৰাণ শ্বৰীফ। জ্ঞান আৰু শিক্ষাৰ ওপৰত পবিত্ৰ কোৰাণ শ্বৰীফে শেষ পৃষ্ঠালৈকে গুৰুত্ব দি আহিছে।পবিত্ৰ মাদ্ৰাছাসমূহৰ পৰা জ্ঞান আৰু শিক্ষাৰ পোহৰ সমগ্ৰ সমাজখনত বিয়পোৱাৰ প্ৰয়োজন আছে।‘

কিন্তু বিজেপিত থকা অৱস্থাত মাদ্ৰাছা বন্ধ কৰিবলৈ গৈ ‘মাদ্ৰাছাত অধ্যয়ন কৰিলে চিকিৎসক হ’ব নেকি?’ বুলিহে প্ৰশ্ন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইপিনে, কংগ্ৰেছৰ শাসনকালত ডিঙিৰ শিৰ ফুলাই ফুলাই সংখ্যালঘু(মিঞা-মুছলমান)ৰ উন্নয়নৰ বাবে বিগত কংগ্ৰেছ চৰকাৰে কৰা কামৰ খাতিয়ান দাঙি ধৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া ‘মিঞা-মুছলমান’ক চুড়ান্ত অপমান কৰো’ বুলি মন্তব্য কৰিবলৈ ইতিমধ্যে আৰম্ভ কৰিছে।

কালি সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীৰ মন্তব্য আছিল এনেধৰণৰ ‘মই মিঞা-মুছলমানক চুড়ান্ত অপমান কৰো সেইটো কি ডাঙৰ কথা? যিয়ে শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম বনাব খোজে তেওঁলোকক মই অপমান কৰোৱেই।‘

মন্ত্ৰীগৰাকীৰ দুটা শাসনকালত এনে দ্বৈত চৰিত্ৰ সন্দৰ্ভত আমাৰ সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ন-কংগ্ৰেছী নেত্ৰী মীৰা বৰঠাকুৰে।

‘মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ সুবিধামতেই ৰাজনীতি কৰি আহিছে। নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈকে হিন্দু-মুছলমান কৰিবলৈ তেওঁ আৰম্ভ কৰিছে। সেয়েহে তেওঁ মুছলমান বেয়া বা সভ্যতাৰ যুঁজ ইত্যাদি প্ৰসংগৰ কৰা বেছিকৈ উল্লেখ কৰি আছে। গুজৰাটৰ পানীৰ পাইপৰে মুছলমানৰ তেজ বয় বুলি নৰেন্দ্ৰ মোদীক এসময়ত তেওঁৱেই সমালোচনা কৰি থৈছিল।‘ বৰঠাকুৰে এইদৰে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd