• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সৰুজাইস্থিত কোৱাৰেণ্টাইন শিৱিৰক কিয় জেইললৈ পৰিৱৰ্তন কৰিম বুলি ক’লে মন্ত্ৰী হিমন্তই

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 22, 2020 3:01 pm
ab76c525-d3c8-4013-b7de-6d7eb41fde16 (1)

ফটো : নৰ্থ-ইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত অস্থায়ীভাৱে নিৰ্মিত কোৱাৰেণ্টাইন শিবিৰত উপস্থিত হৈ কোৱাৰেন্টাইনত থকা লোক সকলৰ লগত মত বিনিময় কৰে।

কোৱাৰেন্টাইনত থকা লোক সকলক উদ্যেশি মন্ত্ৰী শৰ্মাই কয়, “শান্তিত থাকক, বহুত ধুনীয়াকৈ মৰমত থাকক, কোনো কাৰো গাত হাত নিদিয়াকৈ ভাল ভাল কথা পাতি সময় খিনি পাৰ কৰক। আজি আপোনালোকৰ জিলা বিলাকলৈ ৰিপ’ৰ্ট গৈছে ঘূৰি অহাৰ পিছত যদি যাব দিব পাৰি ৰমজানৰ আগত যাব দিম। কিন্ত যি খিনিক যাব দিব নোৱাৰি সেই খিনিক মই কোনো কাৰণতে যাব দিব নোৱাৰিম”।

Apply Now

ইফালে এজন কোৱাৰেন্টাইন থকা এজন ব্যক্তিক উদ্দেশ্যি কয় তেও কয়, ‍‘বাবা বেছি স্মাৰ্ট দেখালে কিন্তু মই এইখন জেইললৈ পৰিবৰ্তন কৰিম তেতিয়া আৰু কেতিয়াও ওলাবই নোৱাৰিব’।

মন্ত্ৰীগৰাকীয়ে কোৱাৰেন্টাইনত থকা লোক সকলৰ অসুবিধা সমূহ দূৰ কৰাৰ বাবে কৰ্তৃপক্ষক ব্যৱস্থা ল’বলৈও আহ্বান জনায়।

আনহাতে চিকিৎসা কৰ্মীসকলক উদ্দেশ্যি মন্ত্ৰী শৰ্মাই কয়, ‍‘আপোনালোক গুচি নাযাব। এওলোকে হুলুস্থুল কৰিলে আপোনালোকে কিয় ভয় খায়’।

তেওঁ লগতে কয় ‍‘আজি এওঁলোকৰ বেমাৰ হ’লে এওঁলোকৰ বাপেকক নধৰিব নেকি। এওঁলোকৰ গাঁৱৰ মানুহক নধৰিব নেকি। এওঁলোকৰ ভালৰ কাৰণেহে আমি ইয়াত আছো নহ’লে আমাৰ কি গৰজ পৰিছে। মোৰটো ল’ৰা-ছোৱালী আছে’।

আনহাতে তেওঁ কয়, ‍‘এওলোক সকলো বুজা মানুহ, শিক্ষিত মানুহ। বুজাই দিব যে আমি ডাক্তৰ-নাৰ্চ সকলে নিজৰ জীৱনটো আগত দি ইয়াত কিয় ডিউতি কৰি আছো। এওঁলোকৰ বাবেহে কৰিছো’।

Tags: COVID-19
দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

September 27, 2026 1:07 pm
স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

September 27, 2026 12:06 pm
গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

September 27, 2026 11:44 am
ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

September 27, 2026 10:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

September 27, 2026 1:07 pm
স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

September 27, 2026 12:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd