• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাল ফিটনেছৰ পাছতো হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা কিয়?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 12, 2020 1:46 pm

2 min read

ভাল ফিটনেছৰ পাছতো হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা কিয়?
541
VIEWS
Share on FacebookShare on Twitter

নৃত্য নিৰ্দেশক ৰেম’ ডিছুজাই শুকুৰবাৰে হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হোৱাৰ পাছত শাৰীৰিকভাৱে সুস্থ ব্যক্তি এগৰাকীয়ে কেনেদৰে হৃদৰোগত আক্ৰান্ত হ’ব পাৰে তাক লৈ অনুৰাগী সকলৰ মাজত চৰ্চা চলিছে।

ব্যক্তি এগৰাকী শাৰীৰিকভাৱে সুস্থ হ’লেও হাৰ্ট ৰোগত আক্ৰান্ত হ’ব পাৰে সেই কথা ৰেম’ ডিছুজাই হৃদৰোগত আক্ৰান্ত হোৱাৰ পাছত পুনৰ প্ৰমাণ হৈছে।

কি কি কাৰণত হৃদৰোগত আক্ৰান্ত হ’ব পাৰে-

ধুমপান- চিকিৎসা গৱেষণা অনুসৰি ধুমপান কৰা ব্যক্তি সকল হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক। সেইবাবে আমি বিড়ি-চিগাৰেট খোৱা অভ্যাস বাদ দিব লাগে।

উচ্চ ৰক্তচাপ- উচ্চ ৰক্তচাপত ভোগা লোক সকলৰ হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আটাইতকৈ অধিক। মেদবহুলতা, ডায়াবেটিছ আদিৰ কাৰণেও উচ্চ ৰক্তচাপ বৃদ্ধি পায়। সেইবাবে ব্যক্তিসকলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব লাগে।

মেদবহুলতা- মেদবহুলতা হৃদৰোগত আক্ৰান্ত হোৱাৰ আন এক কাৰণ। মেদবহুলতাৰ ফলত শৰীৰত কলেষ্টৰেল বৃদ্ধি পায় যাৰ ফলত হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।

ডায়বেটিছ- ডায়বেটিছ হৃদৰোগত আক্ৰান্ত হোৱাৰ আন এক মুখ্য কাৰণ। ডায়বেটিছৰ ফলত শৰীৰত গ্লুকজৰ পৰিমাণ বৃদ্ধি পায় আৰু ফলত ৰক্তচাপ বৃদ্ধি হয় আৰু ইয়াৰ ফলত হৃদৰোগত আক্ৰান্ত হ’ব পাৰে।

বংশগত কাৰণ- বংশগত কাৰণত বহুলোক হৃদৰোগত আক্ৰান্ত হয়। যিসকল ব্যক্তিৰ পৰিয়ালৰ পিতৃ-মাতৃ অথবা অন্যান্য লোক হৃদৰোগত আক্ৰান্ত হোৱাৰ ইতিহাস আছে সেই সকল লোকৰো হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd