• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“চাৰ্জিকেল ষ্ট্ৰাইক দেখা নাই কিয়” কংগ্ৰেছ সাংসদৰ বিস্ফোৰণ : “পাকিস্তানলৈ গৈ চাই আহক”, প্ৰত্যুত্তৰ বিজেপিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 3, 2025 11:08 am
199
VIEWS
Share on FacebookShare on Twitter

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত এতিয়া সমগ্ৰ দেশে বিচাৰিছে প্ৰতিশোধ, বিচাৰিছে ভাৰতীয় সৈন্যই উচিত শিক্ষা দিয়ক পাকিস্তানক। ইয়াৰ মাজতে কংগ্ৰেছৰ সাংসদ তথা পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে উত্থাপন কৰিছে এক বিস্ফোৰণ অভিযোগ। ২০১৯ চনত পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ আঁত ধৰি তেওঁ চাৰ্জিকেল ষ্ট্ৰাইক সম্পৰ্কে কৰা এক মন্তব্যই এতিয়া বিতৰ্কৰ সৃষ্টি কৰিছে। তেওঁ মন্তব্য কৰে যে ২০১৯ চনত ভাৰতে পাকিস্তানত কৰা চাৰ্জিকেল ষ্ট্ৰাইক কোনেও দেখা নাছিল।

সংবাদমেলত চান্নীয়ে কয় যে আজিলৈকে পাকিস্তানত ক’ত চাৰ্জিকেল ষ্ট্ৰাইক কৰা হৈছিল সেই কথা জানিব পৰা নাই। তাত কিমান লোকৰ মৃত্যু হৈছে সেয়াও আমি নাজানো। গতিকে, মই ইয়াৰ প্ৰমাণ বিচাৰোঁ।”

তেওঁ কয় যে পেহেলগাম আক্ৰমণৰ পিছত কংগ্ৰেছে ৰাজহুৱাভাৱে চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে। আমি বিচাৰোঁ যে চৰকাৰে কিবা এটা কৰক। এই আক্ৰমণৰ ফলত ক্ষতিগ্ৰস্ত সকলোৱে ন্যায় বিচাৰিছে।’

প্ৰধানমন্ত্ৰীক পৰোক্ষভাৱে আক্ৰমণ  কৰি দি তেওঁ কয়, “পেহেলগাম আক্ৰমণৰ দহ দিন পাৰ হৈ গ’ল। এতিয়াও চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। পাকিস্তানৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা ল’ব সেয়া চাবলৈ সমগ্ৰ দেশেই অপেক্ষা কৰি আছে। দেশখনে ৫৬ ইঞ্চিৰ বুকুৰ পদক্ষেপ চাব বিচাৰে।”

এই সন্দৰ্ভত কংগ্ৰেছক প্ৰত্যুত্তৰ দিছে বিজেপিয়ে। দিল্লীৰ মন্ত্ৰী মঞ্জিন্দৰ সিং ছিৰছাই কয়, “চাৰ্জিকেল ষ্ট্ৰাইক সন্দৰ্ভত চৰণজিৎ সিং ছিৰছাৰ বক্তব্য কংগ্ৰেছ আৰু গান্ধী পৰিয়ালৰ লেতেৰা মানসিকতাৰ প্ৰকাশ পাইছে।”তেওঁ আৰু কয়, “যদি আপুনি প্ৰমাণ চাব বিচাৰে তেন্তে ৰাহুল গান্ধীৰ সৈতে পাকিস্তানলৈ যাব লাগে। পাকিস্তানে নিজেই কৈছে যে ভাৰতে চাৰ্জিকেল ষ্ট্ৰাইক কৰি বহু ক্ষতি কৰিছে। এনে মন্তব্যক মই তীব্ৰ গৰিহণা দিছো।”

Recent News

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd