• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৪০ হাজাৰ কোটি টকাৰ কেলেংকাৰীৰ পিছতো কিয় মুক্ত অনিল আম্বানী? উচ্চতম ন্যায়ালয়ত উত্তৰহীন চিবিআই আৰু ইডি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:36 am
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেংক জালিয়াতিৰ এক বৃহৎ গোচৰত নাম সাঙোৰ খোৱাৰ পিছতো উদ্যোগপতি অনিল আম্বানীক কিয় এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই, সেয়া বৰ্তমান এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। অনিল আম্বানীৰ নেতৃত্বাধীন অনিল ধীৰুভাই আম্বানী গ্ৰুপৰ বিৰুদ্ধে ৪০ হাজাৰ কোটি টকাতকৈও অধিক ধনৰ ঋণ জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি চলি থকাৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই এই প্ৰশ্নৰ কোনো স্পষ্ট উত্তৰ দিবলৈ অস্বীকাৰ কৰে। তেওঁ স্পষ্টকৈ কয় যে কোনো নিৰ্দিষ্ট ব্যক্তিক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই তাৰ উত্তৰ তেওঁ দিব নোৱাৰে।

উচ্চতম ন্যায়ালয়ত প্ৰাক্তন আমোলা ই এ এছ শৰ্মাই এই বিষয়টো উত্থাপন কৰিছিল। চিবিআই আৰু ইডিৰ হৈ আদালতত হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই অৱগত কৰে যে দুয়োটা তদন্তকাৰী সংস্থাই আদালতৰ নিৰ্দেশ মৰ্মে গোচৰটোৰ শেহতীয়া অৱস্থাৰ প্ৰতিবেদন দাখিল কৰিছে। ইয়াৰ প্ৰতিক্ৰিয়াত আবেদনকাৰীৰ অধিবক্তা প্ৰশান্ত ভূষণে যুক্তি দৰ্শায় যে প্ৰতিবেদন দাখিল কৰা হৈছে যদিও গোচৰটোৰ মূল অভিযুক্তজনক এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই। ইয়াৰ উত্তৰত তুষাৰ মেহতাই পুনৰ কয় যে তেওঁলোকে কেৱল প্ৰতিবেদনহে দাখিল কৰিছে আৰু কাক কিয় জিম্মাত লোৱা হোৱা নাই তাৰ উত্তৰ দিয়াটো সম্ভৱ নহয়।

Apply Now

ইফালে, বলবৎকাৰী সঞ্চালকালয় চমুকৈ ইডিৰ প্ৰতিবেদনত এক অতি আচৰিত তথ্য পোহৰলৈ আহিছে। প্ৰতিবেদন অনুসৰি, আম্বানীৰ কোম্পানীটোৱে আইনৰ সুৰুঙা ব্যৱহাৰ কৰি অতি সহজেই ঋণৰ বোজাৰ পৰা মুক্ত হোৱাৰ চেষ্টা কৰিছিল। আটাইতকৈ আচৰিত কথাটো হ‘ল যে ২,৯৮৩ কোটি টকাৰ এক বৃহৎ পৰিমাণৰ ঋণ মাত্ৰ ২৬ কোটি টকাতেই নিষ্পত্তি কৰা হৈছিল। আঠখন বেংকিং বিহীন বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে প্ৰজেক্ট হেল্প নামৰ এক বিশেষ পদক্ষেপৰ অধীনত এই ঋণ নিষ্পত্তি কৰা হৈছিল।

যি ধৰণে এই সমগ্ৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰা হ‘ল, তাক লৈ উচ্চতম ন্যায়ালয়ে গভীৰ উদ্বেগ আৰু আশ্চৰ্য প্ৰকাশ কৰিছে। ইমান বৃহৎ পৰিমাণৰ ধনৰ কেলেংকাৰীৰ তদন্ত লেহেমীয়া হোৱাত অসন্তুষ্টি প্ৰকাশ কৰি সৰ্বোচ্চ ন্যায়ালয়ে চিবিআই আৰু ইডিক কঠোৰ নিৰ্দেশ দিছে। ন্যায়ালয়ে দুয়োটা সংস্থাক দ্ৰুত, স্বচ্ছ আৰু নিৰপেক্ষভাৱে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ কোৱাৰ লগতে অহা চাৰি সপ্তাহৰ ভিতৰত সমগ্ৰ গোচৰটোৰ তদন্ত সম্পূৰ্ণ কৰিবলৈ সময়সীমা নিৰ্ধাৰণ কৰি দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

July 15, 2026 6:14 pm
২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

July 15, 2026 5:58 pm
‘মোক ৰখাবলৈ অনুৰোধ নকৰিব, চৰকাৰক প্ৰশ্ন কৰক’, অনশন মঞ্চৰ পৰা সোনম ৱাংচুকৰ বাৰ্তা

‘মোক ৰখাবলৈ অনুৰোধ নকৰিব, চৰকাৰক প্ৰশ্ন কৰক’, অনশন মঞ্চৰ পৰা সোনম ৱাংচুকৰ বাৰ্তা

July 15, 2026 5:23 pm
অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

July 15, 2026 3:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

July 15, 2026 6:14 pm
২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

July 15, 2026 5:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd