• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সংসাৰৰ সুখৰ বাবে পিতৃ মাতৃয়ে নিজৰ ভূমিকা সলনি কৰাটো কিয় জৰুৰী?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 2, 2026 6:45 am
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পিতৃ মাতৃয়ে কেতিয়াও নিজৰ সন্তানৰ অমঙ্গল নিবিচাৰে আৰু এই কথাষাৰ সম্পূৰ্ণ সঁচা। কিন্তু বহু সময়ত দেখা যায় যে পিতৃ মাতৃয়ে গম নোপোৱাকৈয়ে সন্তানৰ ব্যক্তিগত জীৱনৰ আটাইতকৈ ডাঙৰ সমস্যাৰ কাৰণ হৈ পৰে। মাক দেউতাকৰ অতিমাত্ৰা হস্তক্ষেপৰ বাবেই বহুতো সুন্দৰ পৰিয়াল ভাঙি যোৱা দেখা যায়। আটাইতকৈ দুখৰ কথাটো হ’ল এটা সময়লৈকে ল’ৰা ছোৱালীবোৰে বুজি নাপায় যে আচলতে সমস্যাটো ক’ত হৈছে। যেতিয়ালৈকে তেওঁলোকে এই কথা উপলব্ধি কৰে, তেতিয়ালৈকে বহুত পলম হৈ যায় আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যায়। সেইবাবে সময় থাকোতেই কিছুমান কথাৰ ওপৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়।

সন্তানৰ বিয়া হোৱাৰ পিছতো বহু পিতৃ মাতৃয়ে এইটো বুজিব নিবিচাৰে যে তেওঁলোকৰ সন্তান এতিয়া ডাঙৰ হ’ল। তেওঁলোকৰ এটা নিজস্ব ব্যক্তিগত জীৱন আছে য’ত প্ৰতিটো সৰু বৰ কথা মাক দেউতাকে জনাৰ প্ৰয়োজন নাই। বহু অভিভাৱকে অভ্যাসত পৰিণত কৰি সন্তানৰ ব্যক্তিগত জীৱনত প্ৰৱেশ কৰে আৰু বিভিন্ন মন্তব্য বা পৰামৰ্শ দিয়ে। ইয়াৰ ফলত স্বামী স্ত্ৰীৰ মাজত বিভাজনৰ সৃষ্টি হয়। বিবাহিত জীৱনত সৰু সুৰা মতানৈক্য হোৱাটো নিচেই স্বাভাৱিক কথা। কিন্তু এই কথাবোৰত যেতিয়াই পিতৃ মাতৃ জড়িত হৈ পৰে, তেতিয়াই সমস্যাটোৱে চৰম ৰূপ ধাৰণ কৰে। পিতৃ মাতৃয়ে বুজিব লাগে যে নিজৰ সন্তানৰ সৰু সৰু কাজিয়াত সংগীৰ বিৰুদ্ধে থিয় দিয়াটো আচলতে সহায় নহয় বৰঞ্চ অপকাৰহে। পৰিস্থিতি হাতৰ পৰা ওলাই নগলে এনেবোৰ কথাত অভিভাৱক দূৰত থকাই মংগল।

Apply Now

সৰুতে ল’ৰা ছোৱালীয়ে মাক দেউতাকৰ কথা মানি চলে আৰু এয়া স্বাভাৱিক। কিন্তু বিয়াৰ পিছত পৰিস্থিতি সলনি হয় কাৰণ তেওঁলোকৰ ওপৰত আন এজন ব্যক্তিৰ দায়িত্ব আহি পৰে। আনজনক সুখী কৰি ৰখাটো তেতিয়া অগ্ৰাধিকাৰ হৈ পৰে। ইয়াৰ মাজতে যদি পিতৃ মাতৃয়ে সৰুকালৰ দৰে নিজৰ মতামত সন্তানৰ ওপৰত জাপি দিবলৈ চেষ্টা কৰে তেন্তে সংঘাত অনিবাৰ্য। তদুপৰি বহু সময়ত দেখা যায় যে পিতৃ মাতৃয়ে নিজৰ বোৱাৰী বা জোঁৱাইৰ বিৰুদ্ধে বিভিন্ন অভিযোগ কৰে আৰু ৰাজহুৱাকৈ আপত্তিজনক মন্তব্য দিয়ে। এনে আচৰণে সন্তানৰ বিবাহিত জীৱনত বিষ ঢালি দিয়ে। ইয়াৰ উপৰিও সন্তানক তেওঁলোকৰ সংগীৰ সৈতে সময় কটাবলৈ দিব লাগে। তেওঁলোকক একেলগে ফুৰিবলৈ যোৱা বা ব্যক্তিগত সময় কটোৱাত বাধা দিয়াটো অনুচিত। বহু পিতৃ মাতৃয়ে এই ব্যক্তিগত সময়তো অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰে যিটো বিবাহৰ বাবে অত্যন্ত ক্ষতিকাৰক। যদি আপুনি অনুভৱ কৰিছে যে আপোনাৰ জীৱনতো এনে ঘটিছে, তেন্তে এতিয়াই সাৱধান হোৱাটো দৰকাৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd