• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মমতা বেনাৰ্জীৰ প্ৰতি বংগ বিজেপিৰ সভাপতি দিলীপ ঘোষৰ আজৱ মন্তব্য, সম্মুখীন হ’ল গৰিহণাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 25, 2021 11:58 am

1 min read

মমতা বেনাৰ্জীৰ প্ৰতি বংগ বিজেপিৰ সভাপতি দিলীপ ঘোষৰ আজৱ মন্তব্য, সম্মুখীন হ’ল গৰিহণাৰ
338
VIEWS
Share on FacebookShare on Twitter

বংগ বিজেপিৰ সভাপতি দিলীপ ঘোষে কৰা শেহতীয়া এটা মন্তব্যৰ বাবে তেওঁ ব্যাপক সমালোচনাৰ সম্মুখীন হৈছে।

তেওঁ কৈছিল যে মমতা বেনাৰ্জীয়ে মানুহক তেওঁৰ বেণ্ডেজেৰে বান্ধি থোৱা ভৰিখন দেখুৱাই ফুৰাতকৈ শাৰীৰ সলনি ‘বাৰমুদাচ’ পৰিধান কৰা উচিত, যাতে তেওঁৰ ভৰিখন স্পষ্টভাৱে দেখা পাব পাৰে।

‘বাৰমুদাচ’ (bermudas) হৈছে এবিধ চুটি পেণ্ট।

তেওঁ মন্তব্যটো প্ৰদান কৰে পুৰুলিয়াৰ এখন নিৰ্বাচনী সভাত।

দিলীপ ঘোষৰ মন্তব্যটোৰ পাছতে তৃণমূল কংগ্ৰেছে ক্ষোভ প্ৰকাশ কৰে।

ঘোষৰ মন্তব্যৰ ভিডিঅ’টো দলৰ টুইটাৰত প’ষ্ট কৰি মন্তব্যটোক ‘অৰুচিকৰ’ আৰু ‘গৰিহণাযোগ্য’ আখ্যা দিয়ে।

তৃণমূল সাংসদ মহোৱা মিত্ৰই বিজেপিক ‘পাৰভাৰ্ট’ তথা বিকৃত মানসিকতাসম্পন্ন বান্দৰৰ দল বুলি আখ্যা দিয়ে।

Recent News

index.jpg

কোভিড১৯ত আক্ৰান্ত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পখ্ৰিয়াল নিশাংক

Bhitali Das1

কেনে আছে ‘দৰদী’ কন্ঠশিল্পী ভিতালী দাস? জানক শেহতীয়া খবৰ

index

এফালে কৰোনাতংকত কঁপি আছে দেশ; আনফালে ‘অক্সিজেন যুদ্ধ’ত প্ৰবৃত্ত দেশৰ কেবাখনো প্ৰদেশ

warrior

প্রতিবাদত মানিলে সেও : কোভিড যোদ্ধাৰ ৫০ লাখ টকাৰ বীমা বাহাল ৰখাৰ সিদ্ধান্ত চৰকাৰৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd