• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

মুখ্যমন্ত্ৰীৰ পদৰ প্ৰস্তাৱ কিয় নাকচ কৰিলে চনু চুডে? কোনে দিছিল এই প্ৰস্তাৱ?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 27, 2024 3:19 pm
126
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড মহামাৰীৰ সময়ত দুখীয়াৰ ত্ৰাণকৰ্তা হৈ পৰিছিল বলীউডৰ অভিনেতা চনু চুড। লকডাউনত দেশৰ বিভিন্ন ঠাইত আবদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিকসকলক ঘৰলৈ ঘূৰাই পঠিওৱাৰ ক্ষেত্ৰত তেওঁৰ বিশেষ ভূমিকা আছিল।

ইয়াৰ উপৰিও বহু দৰিদ্ৰ আৰু ৰোগীয়া লোকক সহায় কৰি ৰিয়েল লাইফ হিৰ’ হৈ পৰিছে অভিনেতা চনু। ৰাজনীতি অবিহনেও সমাজৰ বাবে কাম কৰিব পাৰি বুলি ইতিমধ্যে প্ৰমাণ কৰি দিছে অভিনেতাগৰাকীয়ে।

Apply Now

শেহতীয়াকৈ ৰাজনীতিত যোগদান কৰাৰ প্ৰস্তাৱো লাভ কৰিছে চনু চুডে। আনকি মুখ্যমন্ত্ৰী পদৰ বাবেও প্ৰস্তাৱ লাভ কৰিছে অভিনেতাগৰাকীয়ে। কিন্তু সেই সকলোবোৰ প্ৰস্তাৱ তেওঁ নাকচ কৰিছে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত এই বিষয়ে মুকলিকৈ কয় অভিনেতাগৰাকীয়ে।

চনু চুডে কয়, “মোক মুখ্যমন্ত্ৰীৰ পদৰ প্ৰস্তাৱো দিয়া হৈছিল। সেই প্ৰস্তাৱ মই নাকচ কৰিলোঁ। তাৰ পিছত মোক উপ-মুখ্যমন্ত্ৰী হ’বলৈ কোৱা হ’ল। দেশৰ এজন প্ৰভাৱশালী ব্যক্তিয়ে মোক এই প্ৰস্তাৱ দিছিল।”

অভিনেতাজনে অৱশ্যে সেই সকলোবোৰ অফাৰ নাকচ কৰিছিল। অভিনেতাগৰাকীৰ মতে, তেওঁ নিজৰ স্বাধীনতা হেৰুৱাব নিবিচাৰে।

চনুৱে কয়, “মানুহে দুটা কাৰণত ৰাজনীতিত যোগদান কৰে। এটা টকা উপাৰ্জন কৰিবলৈ আৰু আনটো হৈছে ক্ষমতাৰ বাবে। দুয়োটাৰে প্ৰতি মোৰ আগ্ৰহ নাই। ৰাজনীতিত থকাৰ দায়িত্ব বহুত। মানুহক সহায় কৰিবলৈ মোক মুকলি পৰিৱেশৰ প্ৰয়োজন। ৰাজনীতিৰ অত্যাচাৰলৈ মোৰ ভয় লাগে।”

অভিনেতাজনে কয়, “এতিয়া মই ৰাজনীতিৰ বাবে সাজু হোৱা নাই। বৰ্তমান মই অভিনেতা-পৰিচালক হিচাপে অধিক কাম কৰিব বিচাৰো। মই ৰাজনীতিৰ বিৰোধী নহয়। ৰাজনীতিক মই সন্মান কৰো। মোৰ বহু বন্ধু আছে যিসকলে ৰাজনীতিত থাকি ভাল কাম কৰি আছে”।

উল্লেখ্য যে ২০২২ চনত চনু চুডৰ ভগ্নী মালবিকা চুডে কংগ্ৰেছত যোগদান কৰিছিল। পঞ্জাৱৰ মোগা সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আপৰ প্ৰাৰ্থী অমনদীপ কৌৰৰ ওচৰত তেওঁ পৰাস্ত হৈছিল।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd