• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্মম! গোলাঘাটত সম্পত্তিৰ বাবে বিধবা বৃদ্ধাক বোৱাৰীৰ অত্যাচাৰ 

by
December 14, 2023 3:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ অসমৰ  ভূমি কেলেংকাৰী, ভূমি বেদখল, কু অভিপ্ৰায়েৰে ভূমি হস্তগত কৰা, বেদখলৰ নিমিত্তে ষড়যন্ত্ৰ কৰা আদিৰ বিৰুদ্ধে আজি কিছুদিনৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা সৰৱ হোৱা দেখা গৈছে।

এনে সময়তে গোলাঘাট আৰক্ষী তথা জিলা প্ৰশাসনৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে। গোলাঘাট নগৰৰ মিছন পত্তিৰ প্ৰয়াত অৰুণ ফুকন নামৰ এগৰাকী ব্যক্তিৰ বিধবা বৃদ্ধা পত্নী ৰীনা ফুকনৰ কৰুণ কাহিনীয়ে সচেতন মহলক ভবাই তুলিছে। ৰীনা ফুকনৰ স্বামী আৰু বৰপুত্ৰ কোভিডত মৃত্যু হোৱা পিছৰে পৰা তেওঁৰ বোৱাৰী মনালিছা বৰাই নানা প্ৰকাৰে অত্যাচাৰ কৰি অহাৰ লগতে দুষ্ট চক্ৰৰে মিলি গভীৰ ষড়যন্ত্ৰ কৰি  শাহু ৰীনা ফুকণক নিজ গৃহৰ পৰা পাকে প্ৰকাৰে বিতাড়িত কৰাৰ খবৰ শেহতীয়াকৈ পোহৰলৈ আহিছে। 

Apply Now

বৰ্তমান গুৱাহাটীত ভাড়া ঘৰ লৈ দিন অতিবাহিত কৰিব লগা হোৱা বৃদ্ধা মহিলা গৰাকীৰ স্বামী আৰু বৰপুত্ৰ ক’ভিডত আক্রান্ত হৈ মৃত্যুবৰণ কৰাৰ পিছত ২০২১ বৰ্ষৰ ৮ডিচেম্বৰত বোৱাৰীয়েক মনালিছা বৰাই লগত একাংশ সাংগ পাংগু লৈ তেতিয়াৰ গোলাঘাটৰ এ ডি চি গৌৰীপ্রিয়া দেউৰীৰ কাৰ্যালয় কোঠাত শাহু ৰীনা ফুকণক বিয়লি ২বজাৰ পৰা সন্ধ্যা ৭ বজালৈ আবদ্ধ কৰি ৰাখি উকা কাগজত স্বাক্ষৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰে যদিও বিধৱা বৃদ্ধা গৰাকীয়ে উকা কাগজত স্বাক্ষৰ নকৰাৰ পৰিপ্ৰেক্ষিতত আজি পৰ্যন্ত জীয়াটো ভুগিব লগা হৈছে। আনহাতে উক্ত দিনাই এখন চুক্তি পত্ৰত স্বাক্ষৰ কৰি  গোলাঘাটৰ বেঙেনা খোৱাত অৱস্থিত বৃদ্ধাৰ আন এক সম্পত্তিৰ ভাড়া  জুৰকৰি তিনিভাগ কৰা হয়। যি মাটি সম্পত্তি অজিত গগৈ নামৰ এজন কাঠৰ ব্যৱসায়িক ভাড়াতীয়া হিচাপে ভাড়াত দিয়া হৈছিল। ৰীনা ফুকনে বহুবাৰ অজিত গগৈক সেই মাটি খালি কৰিবলৈ বাৰম্বাৰ কৈ আহিছে যদিও অজিত গগৈ নামৰ কাঠৰ ব্যৱসায়িক জনে বৃদ্ধাৰ মাটি খালি কৰি দিয়া নাই। মাটি খালি কৰাৰ পৰিবৰ্তে অজিত গগৈয়ে বোৱাৰী গৰাকীৰ লগত ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি ৰীনা ফুকনে উল্লেখ কৰে।

বিধবা ৰীণা ফুকনে কয় যে যেতিয়াই তেওঁ নিজা ঘৰলৈ যায় তেতিয়াই বোৱাৰী মনালিছা বৰাই অঃশীল গালি গালাজ পৰাৰ উপৰি বৃদ্ধা শাহুক  দেগাৰেৰে হানি খুচি হত্যা কৰিবলৈ উদ্যত হয়। আনহাতে কনিষ্ঠপুত্ৰ পল্লভ ফুকনক ঘৰলৈ গলে বোৱাৰী মনালিছাই বেয়া কেচত ফচাব বুলি কৈছে।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত গোলাঘাট সদৰ থানা  জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক অৱগত কৰোৱা হৈছে যদিও এই পৰ্যন্ত ৰহস্য জনক ভাবে আৰক্ষী তথা জিলা প্ৰশাসনে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। সেয়ে সচেতন মহলৰ মনত প্ৰশ্ন উদয় হৈছে যে মাটি খকুৱাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সৰৱ হোৱাৰ পিছতো তথা মুখ্যমন্ত্ৰীৰ  সু পদক্ষেপৰ পিছতো কিয় এগৰাকী সত্তৰওদ্ধৰ বৃদ্ধা বিধবা মহিলাক জিলা প্ৰশাসন তথা গোলাঘাট আৰক্ষীয়ে ৰহস্যজনক ভাবে  সুব্যৱস্থা গ্ৰহণত অৱহেলা কৰাৰ অভিযোগ উত্থাপন হৈছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm
“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

July 29, 2026 5:48 pm
লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

July 29, 2026 4:51 pm
`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

July 29, 2026 4:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm
“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

July 29, 2026 5:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd