• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিছাৰ পথাৰত বনৰীয়া ম’হৰ আক্ৰমণত এগৰাকী ব্যক্তিৰ মৃত্যু, আঘাতপ্ৰাপ্ত অন্য এগৰাকী ব্যক্তি

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
January 11, 2021 6:24 am
উৎস-ইণ্টাৰনেট

উৎস-ইণ্টাৰনেট

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ  মিছা আৰক্ষী থানাৰ অধীনস্থ বৰালি গাঁৱৰ পথাৰত আজি দুপৰীয়াৰ ভাগত এটা বনৰীয়া মহৰ আক্ৰমণত  এজন লোক নিহত হোৱাৰ লগতে আন এগৰাকী মহিলা গুৰুতৰভাবে আহত হয়।

নিহত লোক জনক বামুণীৰ বুৰচিং টেৰণ (৪৫) বুলি জানিব হৈছে আৰু আহত মহিলা গৰাকী হল ৰৌমাৰীৰ ৰূমী মূড়া(৪০)।

Apply Now

জানিব পৰা মতে, আজি দুপৰীয়া ভাগত বৰালীগাঁৱৰ পথাৰত মাছ মাৰিবলৈ আহোতে টেৰণ নামৰ লোক  জনক বনৰীয়া মহ এটাই আক্ৰমণ কৰি গুৰুতৰভাবে আহত কৰে।

পৰৱৰ্তী সময়ত বুৰচিং টেৰণক আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও জখলাবন্ধাৰ চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ লৈ যোৱাৰ নিৰ্দেশ দিয়ে।

তেজপুৰলৈ লৈ যোৱাৰ পথতে লোকজনৰ কৰুণ মৃত্যু ঘটে।

আনহাতে, আহত ৰূমী মূড়াক জখলাবন্ধা চিকিৎসালয় লৈ প্ৰেৰণ কৰা হৈছে বুলি  আৰক্ষীৰ সুত্ৰত প্ৰকাশ পাইছে।

বিদ্যুত জ্যোতি বৰা

বিদ্যুত জ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হোটেল বিলাস ইন-ৰ গুলীচালনাৰ ঘটনাৰ তদন্তকাৰী এছ আই টিৰ তিনিজন সদস্যক বদলি

গুৱাহাটীৰ হোটেল বিলাস ইন-ৰ গুলীচালনাৰ ঘটনাৰ তদন্তকাৰী এছ আই টিৰ তিনিজন সদস্যক বদলি

November 1, 2026 2:41 pm
মণিপুৰত দুই সশস্ত্ৰ সংগঠনৰ সংঘৰ্ষত নিহত ৩ কুকি যুৱক; মেইটেই-নগাৰ প্ৰতিবাদী সমদল

মণিপুৰত দুই সশস্ত্ৰ সংগঠনৰ সংঘৰ্ষত নিহত ৩ কুকি যুৱক; মেইটেই-নগাৰ প্ৰতিবাদী সমদল

November 1, 2026 1:13 pm
দিল্লীত ছিয়াং বান্ধ বিৰোধী প্ৰতিবাদকাৰীক আটক, আৰক্ষীৰ দ্বাৰা হাৰাশাস্তিৰ অভিযোগ

দিল্লীত ছিয়াং বান্ধ বিৰোধী প্ৰতিবাদকাৰীক আটক, আৰক্ষীৰ দ্বাৰা হাৰাশাস্তিৰ অভিযোগ

November 1, 2026 12:06 pm
টকাৰ খক! IAS-IPS দম্পতীৰ বিৰুদ্ধে ৩৬টা ভিলা ক্ৰয়, কোটি কোটি টকাৰ সম্পত্তি গঢ়াৰ অভিযোগ, চলিছে তদন্ত

টকাৰ খক! IAS-IPS দম্পতীৰ বিৰুদ্ধে ৩৬টা ভিলা ক্ৰয়, কোটি কোটি টকাৰ সম্পত্তি গঢ়াৰ অভিযোগ, চলিছে তদন্ত

November 1, 2026 11:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হোটেল বিলাস ইন-ৰ গুলীচালনাৰ ঘটনাৰ তদন্তকাৰী এছ আই টিৰ তিনিজন সদস্যক বদলি

গুৱাহাটীৰ হোটেল বিলাস ইন-ৰ গুলীচালনাৰ ঘটনাৰ তদন্তকাৰী এছ আই টিৰ তিনিজন সদস্যক বদলি

November 1, 2026 2:41 pm
মণিপুৰত দুই সশস্ত্ৰ সংগঠনৰ সংঘৰ্ষত নিহত ৩ কুকি যুৱক; মেইটেই-নগাৰ প্ৰতিবাদী সমদল

মণিপুৰত দুই সশস্ত্ৰ সংগঠনৰ সংঘৰ্ষত নিহত ৩ কুকি যুৱক; মেইটেই-নগাৰ প্ৰতিবাদী সমদল

November 1, 2026 1:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd