• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Elephant attacks বাক্সাৰ নিছলামাৰীত হাতীৰ আক্ৰমণত প্ৰাণ গ’ল এজনৰ

দীপক কুমাৰ পাঠক, বাক্সা by দীপক কুমাৰ পাঠক, বাক্সা
November 19, 2021 3:11 pm
118
VIEWS
Share on FacebookShare on Twitter

বাক্সাৰ নিছলামাৰীত ভয়ংকৰ ঘটনা। হাতীৰ আক্ৰমণত প্ৰাণ গ’ল এজনৰ। হাতীয়ে গচকি মাৰিলে প্ৰহ্লাদ বৈশ্য (৩৫) নামৰ এজন যুৱকক।

দুই পুত্ৰ – কন্যাৰ পিতৃ প্ৰহ্লাদ বৈশ্যই চেন্নাইৰ এটা কোম্পানীত কাম কৰিছিল।

২০ দিন পূৰ্বে গৃহলৈ আহিছিল মাতৃৰ বছৰেকীয়া তিথিৰ বাবে।

কালি নিশা হাতীৰ জাক এটা সোমাইছিল নিছলামাৰী গাঁৱত। হাতী খেদিবলৈ ওলাই আহিছিল গাঁওবাসী। ইয়াৰ মাজতে এটা হাতীয়ে দলৰ পৰা ওলাই আহে আৰু যেনি তেনি দৌৰি দাঁতেৰে খুচি, ভৰিৰে গচকি হত্যা কৰে প্ৰহ্লাদ বৈশ্য নামৰ দুই কণমানি সন্তানৰ পিতৃক।

শতাধিক হাতীৰ জাকৰ সন্ত্ৰাস অব্যাহত আছে অঞ্চলটোত।

১৫ দিন ধৰি অঞ্চলটোত হাতীৰ জাক এটাই চলাইছে সন্ত্ৰাস।

ৰবি শস্যকে ধৰি ধান খেতিও তহিলং কৰিছে হাতীৰ জাকটোৱে।

হাতীৰ জাকটোৱে সন্ত্ৰাস চলাই অহাৰ পিছতো ন বন বিভাগৰ লোক নিৰ্বিকাৰ হৈ থকাৰ অভিযোগ কৰিছে ৰাইজে।

বন বিভাগে হাতী খেদি পঠিয়াবলৈ কোনো ব্যৱস্থা লোৱা নাই বুলি অভিযোগ উঠিছে।

ইপিনে বিটিচি প্ৰধান প্ৰমোদ বড়োয়ে হাঁহকাটা বালাবাৰীত উপস্থিত হৈ হাতীৰ উপদ্ৰৱ অঞ্চলৰ পৰিস্থিতিৰ বুজ লয়।

বনাঞ্চল ধ্বংস কৰি হাতীৰ বিচৰণ ভূমি বেদখল কৰাৰ বাবে হাতী- মানুহৰ সংঘাত বৃদ্ধি হোৱা বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে।

১১% বনাঞ্চল বেদখলকাৰীৰ কৱলত পৰা বুলিও মন্তব্য প্ৰমোদ বড়োই কয়।

বেদখল কৰা ভূমি বেদখল মুক্ত কৰাৰচিন্তা চৰ্চা চলি থকা বুলিও মন্তব্য কৰে প্ৰমোদ বড়োৱে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd