• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত বনৰীয়া হাতীৰ আক্ৰমণত এজন নিহত

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , December 4, 2020 7:17 am

1 min read

IMG-20201203-WA0083~2

ফটো: নৰ্থইষ্ট নাও

7.3k
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ দক্ষিণ সীমাতে থকা কাৰ্বি আংলং জিলাৰ সেউজীয়া পাহাৰ বোৰত হোৱা বনধ্বংস আৰু শিলৰ অবৈধ খননৰ বাবে পাহাৰৰ হাতী এতিয়া খাদ্য আৰু আশ্ৰয় বিচাৰি নামনিলৈ নামি আহিছে ৷

নামনিৰ চাহ বাগিচাবোৰতে দিনৰ ভাগত অনাই বনাই ফুৰা এই হাতীৰ জাকবোৰৰ ওপৰত চলা অমানুষিক অত্যাচাৰৰ বাবে ক্ৰমে যেন হিংস্ৰ হৈ পৰিছে এই অঘৰী হাতীবোৰ ৷ ফলত কাৰ্বি পাহাৰৰ নামনিৰ জনপদ বোৰত বৃদ্ধি পাইছে সংঘাত ৷

বুধবাৰে নিশা কাৰ্বি পাহাৰৰ পৰা নামি অহা এটা হাতীৰ জাকে বোকাখাতৰ কলাখোৱাৰ কেইবাটাও ঘৰৰ ক্ষতি সাধন কৰাৰ লগতে লতাবাৰী চাহ বাগিচাৰ পুৰণা লাইনৰ সমীপত হাতীৰ আক্ৰমণত কুৰ্শ দৰা নামৰ এজন লোক নিহত হয় ৷

লতাবাৰী আমলক্ষী বস্তিৰ বাসিন্দা নিহত কুৰ্শ দৰা নামৰ ব্যক্তিজন নিশাৰ ভাগত কিয় ঘৰৰ পৰা ওলাই আহিছিল জানিব পৰা হোৱা নাই ৷

বহস্পতিবাৰে পুৱা লতাবাৰী চাহ বাগিচাৰ লোকে পুৰণা লাইনৰ সমীপত কুৰ্শ দৰাৰ মৃতদেহটো প্ৰত্যক্ষ কৰি গাঁওৰক্ষী বাহিনীৰ লগতে বোকাখাত আৰক্ষীক খবৰ দিয়ে৷

আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে ৷

Recent News

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

মৰিগাঁও আৰু টীয়কত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

মৰিগাঁও আৰু টীয়কত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd