• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিহুৰ দিনাই অথন্তৰ: কৃষ্ণাইৰ লালাৰবড়ীত বনৰীয়া হাতীৰ তাণ্ডৱ

NE NOW NEWS নীলমনি শৰ্মা
কৃষ্ণাই , April 14, 2020 12:09 pm

1 min read

Screenshot_2020-04-14-00-21-11-537_com.mxtech.videoplayer.ad

ফটো: নৰ্থইষ্ট নাও

419
VIEWS
Share on FacebookShare on Twitter

আজি পহিলা ব’হাগ ৷ ল’ক ডাউনৰ মাজতে প্ৰতিজন অসমীয়াই ঘৰতে উদযাপন কৰিছে ৰঙালী বিহু। ৰং অবিহনে হ’লেও পৰম্পৰা ৰক্ষা কৰা দেখা গৈছে অসমৰ প্ৰতিটো প্ৰান্তত ৷ কিন্তু এই পহিলা ব’হাগৰ দিনটোতে গৃহহীন হ’ল দুটা পৰিয়াল।

গৰু বিহুৰ নিশা বন্যহস্তীয়ে কৃষ্ণাইৰ লালাৰবড়ীত তচনচ কৰিলে কেইবাটাও বাসগৃহ ৷ খাই তহিলং কৰিলে ধান-চাউলৰ লগতে বিহু বুলি গোটাই থোৱা পিঠা-পোনা, দৈ-চিৰা ৷ যাৰ ফলত পলকতে কঙালীত পৰিণত হ’ল ৰঙালী ৷

বনাঞ্চলৰ পৰা ওলাই অহা এটা বন্যহস্তীয়ে এনেদৰে এফালৰ পৰা ভাঙি গ’ল ঘৰ সমূহ। এফালে কৰ’নাৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো চলি আছে ল’কডাউন আৰু তাতেই আকৌ ভূতৰ ওপৰত দানৱ পৰা দি বন্যহস্তীৰ উপদ্ৰৱ ৷

এতিয়া এই পৰিয়াল কেইটাৰ বিহুৰ দিনটোতো পাকঘৰত নজ্বলিল জুই। আনহাতে, দুখীয়া পৰিয়াল কেইটাৰ এই দৃশ্য দেখি ওলাই আহিল ওচৰ চুবুৰীয়া ৷

সকলোৱে মিলি হাতীয়ে ভাঙি থৈ যোৱা বাসগৃহ কেইটা মেৰামতি কৰি দিয়াৰ কিছু চেষ্টা কৰা দেখা গৈছে ৷

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd