• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষ্ণাই-খেৰনিত বনৰীয়া হাতীৰ তাণ্ডৱ; ১০ টাকৈ বাসগৃহ ভাঙি লণ্ডভণ্ড

NE NOW NEWS এন ই নাও নিউজ
কৃষ্ণাই, খেৰণি , December 15, 2018 5:51 pm

1 min read

কৃষ্ণাই-খেৰনিত বনৰীয়া হাতীৰ তাণ্ডৱ; ১০ টাকৈ বাসগৃহ ভাঙি লণ্ডভণ্ড
325
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ ভেলাখামাৰ পথাৰত হাতীয়ে চলোৱা উপদ্ৰৱৰ বাবে অঞ্চলটোৰ কৃষকে মূৰে-কপালে হাত দিব লগীয়া অৱস্থাৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে আজি দীৰ্ঘদিন ধৰি অঞ্চলটোত উপদ্ৰৱ চলাই অহা বনৰীয়া হাতীৰ এটা জাকে আজি পুৱা অঞ্চলটোত উপস্থিত স্থানীয় কৃষি পথাৰত ব্যাপক তাণ্ডৱ চলায়।

ইফালে বন্যহস্তীয়ে দীৰ্ঘদিনৰ পৰা এনেদৰে অঞ্চলটোৰ কৃষি পথাৰত তাণ্ডৱ চলাই থকাৰ বাবে স্থানীয় কৃষক ৰাইজে তেওঁলোকৰ ধান চপোৱাৰ ক্ষেত্ৰতো ব্যাপক সমস্যাৰ সন্মুখীন হৈছে।

মন কৰিব লগীয়া যে বনৰীয়া হাতী জাকৰ দলটোৱে প্ৰতিদিনে কৃষক ৰাইজৰ খেতি পথাৰত তাণ্ডৱ চলাই ধাননি পথাৰ বিনষ্টি কৰি আহিছে যদিও স্থানীয় বন বিভাগ তথা জিলা প্ৰশাসনে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। ফলত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে জিলা প্ৰশাসন তথা বন বিভাগৰ ওপৰত।

একেদৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰনিৰ বিভিন্ন প্ৰান্তটো বনৰীয়া হাতীয়ে তাণ্ডৱ চলায়। খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ জাকটোৱে মাগুলী, হাৱাইপুৰ, হজাগাফাৰ আদি অঞ্চলত প্ৰৱেশ কৰি তাণ্ডৱ চলাই ১০ টাতকৈও অধিক বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। লগতে খেতি পথাৰতো বহু বিনষ্ট কৰে।

Recent News

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd