DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, March 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Wild elephants দুধনৈত নিশা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে চলালে ধ্বংসলীলা

নীলমণি শৰ্মা, দুধনৈ by নীলমণি শৰ্মা, দুধনৈ
July 28, 2022 7:45 am
105
VIEWS
Share on FacebookShare on Twitter

দুধনৈত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস ৷ বৰঝাৰ বনাঞ্চলৰ পৰা নিশা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে চলালে ধ্বংসলীলা ৷

পথাৰত খাবলৈ খাদ্যৰ অভাৱৰ ফলত হাতীৰ চকু এতিয়া গৃহস্থৰ ভঁৰালত ৷ দুধনৈৰ মাজু বৰগুম অঞ্চলত যোৱা নিশা অতৰ্কিতে প্ৰৱেশ কৰা ৩০/৩৫ জনীয়া এটা হাতীৰ জাকে ভাঙি তচনচ কৰিলে কেইবাটাও ঘৰ, ভঁৰাল ৷

আচবাব পত্ৰ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে খাই তহিলং কৰিলে গৃহস্থই সযতনে থোৱা ধান সমূহো। কেৱল এয়াই নহয়, ঘৰৰ ভিতৰত থকা টিভি, আলমীৰা সকলো কৰিলে তচনচ ৷ হাতীৰ আক্ৰমণৰ পৰা এগৰাকী বৃদ্ধা সহ এটা পৰিয়ালৰ কথমপিহে প্ৰাণ ৰক্ষা পৰে ৷

আনহাতে হাতীৰ পৰা ৰাইজক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত চুড়ান্তভাৱে ব্যৰ্থ হৈছে গোৱালপাৰা জিলা বন বিভাগ ৷ নিশা হাতীৰ জাকটোক খেদি পঠিওৱা দূৰৰে কথা, ঘৰ ভাগি থৈ যোৱাৰ ১২ ঘন্টা পিছতো বন বিভাগৰ এজনো লোক আহি উপস্থিত নহ’ল গাঁৱখনত ৷

এতিয়া এনেদৰে গোৱালপাৰা জিলাৰ বনবিভাগে পালন কৰিছে নিজৰ দায়িত্ব ! বিপাঙত পৰিছে ৰাইজ।

Recent News

Saweety Boora Women's World Boxing Championship

বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ স্বৰ্ণিল দৌৰ: নিতুৰ পিছতে এইবাৰ ছ’ইটীৰ শিৰতো স্বৰ্ণ

Nitu Ghanghas Women’s Boxing World Championship

মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ: স্বৰ্ণ জিনিলে নিতু ঘাংঘাছে

APSC exam

কাইলৈ অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা: মহানগৰীত ১৪৪ ধাৰা জাৰি

The Whale

চিনেমা কথা: দ্য হুৱেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd