DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষ্ণাইত বন্যহস্তীৰ তাণ্ডৱলীলাঃ ধাইগাওঁ টিলাপাৰা গাঁৱত ব্যাপক ধ্বংসলীলা

গৃহহাৰা ১৮ পৰিয়াল মুক্ত আকাশৰ তলত

নীলমণি শৰ্মা ,কৃষ্ণাই by নীলমণি শৰ্মা ,কৃষ্ণাই
November 22, 2021 5:44 pm
148
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাত অব্যাহত আছে জাক জাক বনৰীয়া হাতীৰ ধ্বংসলীলা৷

খাদ্যৰ সন্ধানত ইটো অঞ্চলৰ পৰা সিটো অঞ্চললৈ ধপলিয়াই ফুৰা বন্যহস্তীৰ জাকে ইতিমধ্যে জিলাখনত শ শ বিঘা কৃষি ভূমিৰ শস্য বিনষ্ট কৰাৰ বিপৰীতে ধ্বংস কৰিছে ঘৰ- দুৱাৰ গছ গছনিকে ধৰি বিভিন্ন খেতিবাতি ৷

প্ৰায় কুৰি বছৰতকৈ অধিক কাল ধৰি তাণ্ডৱ লীলা চলাই থকা বনৰীয়া হাতীৰ আক্ৰমণত ইতিমধ্যে জিলাখনত শতাধিক লোক হতাহত হৈছে ৷

শেহতীয়া ভাৱে জিলাখনৰ কৃষ্ণাইৰ কাষৰীয়া ধাইগাওঁ টিলাপাৰাত বন্যহস্তীৰ সন্ত্ৰাসে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷

যোৱা নিশা বন্যহস্তীয়ে ধাইগাৱঁৰ টিলাপাৰাত একেকোবে গৃহহীন কৰিলে ১৮ টাকৈ পৰিয়ালক। জানিব পৰা মতে,যোৱা নিশা প্ৰায় ৭০/৮০ টাৰে গঠিত বৃহৎ বনৰীয়া হাতীৰ জাক এটি প্ৰৱেশ কৰে গাওঁখনত আৰু এফালৰ পৰা আৰম্ভ কৰে ধ্বংস অভিযান ৷
মুহূৰ্ততে গৃহহীন হৈ পৰিল টিলাপাৰাৰ ১৮টাকৈ পৰিয়াল ৷ মুকলি আকাশৰ তলত এতিয়া গৃহহাৰা আটাইকেইটা পৰিয়াল ৷

চকুৰ সমুখতে নিঃশেষ হোৱা ঘৰবোৰ দেখি উদবাউল হৈ উঠিছে গাওঁখনৰ ৰাইজ। সকলোৰে চকুত কেৱল চকুপানী মাথোঁ চকুপানী। তেওঁলোকৰ যে আজি থাকিবৰ কাৰণে এটা ঘৰ, খাবলৈ এমুঠি চাউল আৰু ৰান্ধিবলৈ এপদ সামগ্ৰীও নাই ।

নিশাৰ পৰাই খোৱা লোৱা কৰিব পৰা নাই গাঁও খনৰ লোক সকলে ৷ হাতীৰ আক্ৰমণৰ পিচতে বন বিভাগক খবৰ দিয়া হৈছিল যদিও বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে ক্ষোভিত ৰাইজে ৷

এনেকি আজি দুপৰীয়া পৰ্যন্ত কোনেও খবৰ ল’বলৈ নাই অহা বুলি ক্ষোভ ব্যক্ত কৰে আক্ৰান্ত ৰাইজে ৷

ইফালে অকল ঘৰ দুৱাৰ ধ্বংস কৰিয়ে ক্ষান্ত নহ’ল হাতীৰ জাকটো,নিশাই গাওঁখনৰ পকা ধাননিডৰাও তচনচ কৰে বন্যহস্তীৰ পালটোৱে ৷ গাওঁ খনৰ দুৰ্দশা দেখি সম্প্ৰতি অঞ্চলটোৰ

সচেতন মহলে বনৰীয়া হাতীয়ে ধ্বংসলীলা চলোৱা গাঁৱখনৰ প্ৰতি ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসন, জন প্ৰতিনিধি, বন বিভাগ তথা চৰকাৰক আহ্বান জনাইছে ৷

Recent News

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd