• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোৱালপাৰাৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ : কৃষ্ণাইত হাতীৰ আক্ৰমণত এজন নিহত

নীলমণি শৰ্মা by নীলমণি শৰ্মা
December 9, 2020 5:37 pm
Wild_elephants_

প্ৰতিনিধিত্বমূলক ফ'টো, ফৎস- ইন্টাৰনেট

234
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ৷

বিগত কেবাদিন ধৰি জিলাখনৰ দুধনৈ, ৰংজুলি, ধনুভাঙা আদি ঠাইত বনৰীয়া হাতীৰ জাকে সন্ত্ৰাস চলাই থকাৰ মাজতে শেহতীয়াকৈ জিলাখনৰ কৃষ্ণাইৰ বিদ্যাপাৰাত যোৱানিশা হাতীৰ গচকত এজন লোকৰ প্ৰাণ যোৱাৰ লগতে আন এজন আহত হৈছে।

কৃষ্ণাইৰ বিদ্যাপাৰাত পুৱতি নিশা হাতীৰ এটা জাকক খেদিবলৈ যোৱা এগৰাকী লোকক আক্ৰমণ কৰে হাতীৰ জাকৰ পৰা ওলাই অহা হাতী এটাই আৰু থিতাতে নিহত হয় ফইজুৰ আলী নামৰ লোকজন।

ইফালে পিতৃক আক্ৰমণ কৰাৰ পিছতে পুত্ৰও আগবাঢ়ি যোৱাত হাতীটোৱে মহম্মদ আলী নামৰ লোক জনকো আক্ৰমণৰ কৰে৷

গুৰুতৰভাৱে আহত হোৱা মহম্মদ আলীক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷

ইমানতে ক্ষান্ত নাথাকি হাতীটোৱে গাঁৱৰ ঘৰ-দুৱাৰ ভাঙি উপদ্ৰৱ চলায়৷

জানিব পৰামতে নিশা প্ৰায়েই এক বজাত খাদ্যৰ সন্ধানত বন্যহস্তীৰ এটা জাকে গাঁৱত প্ৰৱেশ কৰি ঘৰ ভাঙি তাণ্ডৱ চলায়৷

শেহতীয়াকৈ ধাননি পথাৰৰ পকা ধান  হাতীৰ জাকৰ লক্ষ্য হৈ পৰিছে৷

উল্লেখ্য যে বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ প্ৰৱেশ কৰা বন্যহস্তীৰ জাকসমূহক পুনৰ বনাঞ্চললৈ খেদি পঠিওৱাৰ ক্ষেত্ৰত কোনো ফলপ্ৰসু ব্যৱস্থা বন বিভাগে আজিলৈ গ্ৰহণ নকৰাৰ বাবেই জিলাখনত অব্যাহত আছে হাতী-মানুহৰ সংঘাত৷

Recent News

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd