• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী পঞ্চাশোৰ্দ্ধৰ ব্যক্তিৰ কৰুণ মৃত্যু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 21, 2021 4:49 pm

1 min read

বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী পঞ্চাশোৰ্দ্ধৰ ব্যক্তিৰ কৰুণ মৃত্যু
365
VIEWS
Share on FacebookShare on Twitter

বাক্সা জিলাৰ বাৰাপেটা অঞ্চলত বনৰীয়া হাতীৰ আক্ৰমণত জয়দেৱ দাস নামৰ এগৰাকী পঞ্চাশোৰ্দ্ধৰ ব্যক্তিয়ে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

বুধবাৰে নিশা বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাক এটাৰ আক্ৰমণত জয়দেৱ দাস নামৰ ব্যক্তিগৰাকীৰ মৃত্যু হোৱাৰ লগতে তেওঁৰ বিশেষভাৱে সক্ষম পুত্ৰ হিতেশ দাসো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

বুধবাৰে নিশা বনৰীয়া হাতীৰ আক্ৰমণত জয়দেৱ দাসৰ মৃত্যু হোৱাৰ পাছত ঘটনা সম্পৰ্কত স্থানীয় লোক বন বিভাগক অৱগত কৰে যদিও বৃহস্পতিবাৰে বহু পৰলৈ ঘটনাস্থলীত বন বিভাগৰ কোনো লোক উপস্থিত নোহোৱাত স্থানীয় লোক সকলক উত্তেজিত হৈ পৰে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

অঞ্চলটোৰ ৰাইজে বন বিভাগৰ গাফিলতিৰ বাবেই অঞ্চলটোত হাতী-মানুহৰ মাজৰ সংঘাত বৃদ্ধি পাইছে বুলি উল্লেখ কৰাৰ লগতে বন বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

Recent News

Screenshot_20210304-173734_WhatsApp

কুইপ’ৰ দুই অপহৃত বিষয়াক মুকলি কৰি দিলে আলফা স্বাধীনে; প্ৰণৱ কুমাৰ গগৈৰ গৃহত উপস্থিত হৈ কি ক’লে কৌশিক ফুকনে?

অন্তিমখন টেষ্টতো ইংলেণ্ডৰ বেটিং বিপৰ্যয়, ভাৰতীয় স্পীনাৰৰ সফলতাৰ ধাৰা অব্যাহত

অন্তিমখন টেষ্টতো ইংলেণ্ডৰ বেটিং বিপৰ্যয়, ভাৰতীয় স্পীনাৰৰ সফলতাৰ ধাৰা অব্যাহত

Jiten Gogoi nomination.(1)

বোকাখাতত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাক্তন বিধায়ক জিতেন গগৈৰ মনোনয়ন দাখিল

24_12_2018-loot1_18782468

গোলাঘাট চহৰৰ মাজমজিয়াত দিন দুপৰতে চিলনী চোৰে লুটিলে ডেৰ লাখ টকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd