DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

একেলগ হ’ব নেকি অখিল, লুৰীণ আৰু পলাশ ? : কি ইংগিত লুৰীণজ্যোতি গগৈৰ ?

অৱশেষত অখিল গগৈৰ সুৰতে সুৰ মিলাই লুৰিণে ক’লে ‘আমাৰ লক্ষ্য বিজেপিক ওফৰোৱা, কংগ্ৰেছ-AIUDF ক প্ৰতিহত কৰা’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 13, 2020 9:01 pm
Akhil Lurin Polash
415
VIEWS
Share on FacebookShare on Twitter

বিভিন্ন বিতৰ্ক, বিভিন্ন সমালোচনা, বিভিন্ন আলোচনা তথা চৰ্চা চলিল।

অৱশেষত লুৰীণজ্যোতি গগৈ ফেন ক্লাৱৰ তৰফৰ পৰা আহিল এক স্পষ্ট ইংগিত।

বিজেপিক উৎখাত তথা কংগ্ৰেছ, এআইয়ুডিএফক প্ৰতিহত কৰাৰ স্বাৰ্থত একত্ৰিত হ’ব সকলো আঞ্চলিক শক্তি।

লুৰীণজ্যোতি গগৈৰ উদ্ধৃতি দি লুৰীণজ্যোতি গগৈ ফেন ক্লাৱ নামৰ ফেইচবুক পেজটোৱে লিখিলে যে তেওঁলোকৰ লক্ষ্য বিজেপিক ওফৰোৱা তথা কংগ্ৰেছ-এআইয়ুডিএফক প্ৰতিহত কৰা।

‘পৰামৰ্শদাতা কমিটিয়ে এটা শক্তিশালী, ঐক্যৱদ্ধ আঞ্চলিক দলৰ পৰামৰ্শ দিছে। আমাৰ লক্ষ্য বিজেপিক ওফৰোৱা। কংগ্ৰেছ-AIUDFক প্ৰতিহত কৰা। গতিকে ৰাজনৈতিকভাৱে সকলো ঐক্যৱদ্ধ হ’বই লাগিব।‘ ফেচবুক পেইজটোৰ মতে এইদৰে কয় লুৰীণজ্যোতি গগৈয়ে।

তেওঁলোকে লগতে গগৈৰ উদ্ধৃতি দি লিখি কয় ‘ভোট বিভাজন হ’ব নালাগিব। BJP বিৰোধী সকলো ভোট এক স্থানত পৰিব লাগিব।‘

Screenshot_20200913-194417

অৱশ্যে, নতুনকৈ গঠন হ’বলগীয়া ৰাজনৈতিক দলটোৱেহে সিদ্ধান্ত ল’ব তেওঁলোকে কেনেকৈ কাম কৰি যাব।

পেইজটোত উল্লেখ কৰা মতে ‘ৰাজনৈতিক দলটোৱে সিদ্ধান্ত ল’ব কেনেকৈ কাম কৰিব। সেয়া এটা দল হয় নে alliance politics হয় সেই সিদ্ধান্ত ৰাজনৈতিক দলটোৱে ৰাজনৈতিক ভাবে ল’ব।‘

শেষত তেওঁলোকে কয় ‘অপেক্ষা কৰক, দল গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছেহে।‘

যদি পেইজটোত লুৰীণজ্যোতি গগৈৰ বক্তব্য প্ৰকৃতাৰ্থত সত্য হয়, তেন্তে অসমৰ ৰাজনৈতিক ইতিহাসত সঁচাকৈয়ে এক সাংঘাটিক ধুমুহাৰ সৃষ্টি হ’ব।

উল্লেখযোগ্য যে, বিজেপিক ওফৰাবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা কাৰাৰুদ্ধ অখিল গগৈয়ে আছু, এজেৱাইচিপি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিক একত্ৰিত হ’বলৈ আহ্বান জনাই আহিছিল।

Recent News

Budget 2023

সন্মুখত নিৰ্বাচন! সংসদত ‘অমৃত কালৰ প্ৰথমখন বাজেট’ দাখিল বিত্তমন্ত্ৰী সীতাৰমণৰ

Manmohan Singh

ব্ৰিটেইনত জীৱনজোৰা সাধনাৰ সন্মানেৰে সন্মানিত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং

Massive Fire in Dhanbad

ঝাৰখণ্ডত বহুমহলীয়া অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড: ১৪ গৰাকীৰ মৃত্যু, আহত ১২ গৰাকী

Siddique Kappan

ন্যায়ালয়ৰ আদেশকো অমান্য! জামিন লাভৰ এমাহ পাছতো কাৰাৰুদ্ধ ছিদ্দিক কাপ্পান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd