• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শীঘ্ৰেই মই কৰ্কট ৰোগৰ পৰা আৰোগ্য হৈ উঠিম; সঞ্জয় দত্তৰ মন্তব্য

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 15, 2020 5:16 pm

1 min read

শীঘ্ৰেই মই কৰ্কট ৰোগৰ পৰা আৰোগ্য হৈ উঠিম; সঞ্জয় দত্তৰ মন্তব্য
2.6k
VIEWS
Share on FacebookShare on Twitter

বলিউদৰ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্তই ছ’চিয়েল মিডিয়াত আপলোড কৰা ভিডিঅ’ত তেওঁ শীঘ্ৰে কৰ্কট ৰোগৰ পৰা আৰোগ্য হৈ উঠিব বুলি মন্তব্য প্ৰকাশ কৰে।

”মই অতি শীঘ্ৰে এই কৰ্কট ৰোগৰ পৰা আৰোগ্য হৈ উঠিম,” সঞ্জয় দত্তৰ হেয়াৰ ষ্টাইলিষ্ট আলিম হাকিমে শ্বেয়াৰ কৰা এটি ভিডিঅ’ত সঞ্জয় দত্তই এইদৰে কয়।

”মই কে জি এফ চেপ্টাৰ-২ৰ বাবে দীঘলৈ দাঢ়ি ৰাখিছো, আমি নৱেম্বৰত ইয়াৰ কাম আৰম্ভ কৰিম…..মই কাইলৈ চামচেৰাৰ বাবে ডাবিঙৰ কামো আৰম্ভ কৰিম…..সেয়া ভাল লগা কাম হ’ব,” সঞ্জয় দত্তই লগতে কয়।

উল্লেখযোগ্য যে, বলিউদৰ অভিনেতা গৰাকীয়ে বৰ্তমান সময়ত কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আছে।

কিছুদিন পূৰ্বে দত্তই ছ’চিয়েল মিডিয়াত নিজৰ এখন ফটো আপলোড কৰিছিল য’ত অভিনেতা গৰাকীক যথেষ্ট খীন দেখা গৈছিল।

সঞ্জয় দত্তৰ অনুৰাগী সকলে অভিনেতা গৰাকীয়ে সোনকালে কৰ্কট ৰোগক জয় কৰি অভিনয়ৰ মাজলৈ উভতি আহিব বুলি আশা প্ৰকাশ কৰিছে।

Recent News

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

অন্ত পৰিব কৃষক বিদ্ৰোহ!, ২১ জানুৱাৰিত সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিৰ সৈতে প্ৰতিবাদকাৰী কৃষকৰ বৈঠক

aa covw3

কোভিডৰ ভেকচিন লৈ এইবাৰ পশ্চিমবংগত অসুস্থ ১৪ জন, দুজনৰ অৱস্থা সংকটজনক

অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয়ৰ পিছতেই ভাৰতীয় দললৈ কোটি টকাৰ পুৰস্কাৰ ঘোষণা BCCI-ৰ

অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয়ৰ পিছতেই ভাৰতীয় দললৈ কোটি টকাৰ পুৰস্কাৰ ঘোষণা BCCI-ৰ

a raper

বিয়াৰ প্ৰতিশ্ৰুতি দি অভিনেত্ৰীক ধৰ্ষণ কৰিলে পাইলটে, তাৰপিছত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd