DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিৰ ইচ্ছাত চৰকাৰী কাৰ্য্যসূচীত মাছ-মাংস নেদেখিব আমিষভোজী উত্তৰ-পূববাসীয়ে?

এন ই নাও নিউজ by এন ই নাও নিউজ
January 1, 2019 10:13 pm
Will Northeasterners not see non-veg food in Govt functions?

লোকসভাৰ প্ৰতীকী ছবি। loksabha tv আৰু scroll.inৰ সৌজন্যত।

570
VIEWS
Share on FacebookShare on Twitter

পৰম্পৰাগত আমিষ খাদ্যাভ্যাসৰ বাবে জনাজাত উত্তৰ-পূববাসীয়েও চৰকাৰী কাৰ্য্যসূচীত হয়তো দেখিবলৈ নাপাব মাছ-মাংস।

শাসনাধীন বিজেপি সদস্যৰ উদ্যোগৰ ফলত চৰকাৰী কাৰ্য্যসূচীত নিষিদ্ধ হ’ব পাৰে আমিষ ভোজন।

চৰকাৰী কাৰ্য্যসূচীত আমিষ খাদ্য নিষিদ্ধকৰণৰ বাবে যোৱা শুকুৰবাৰে চলিত লোকসভাত এখন ব্যক্তিগত (private member’s bill) উত্থাপন কৰিছে বিজেপি সাংসদ পাৰ্ভেশ চাহিব সিঙে।

জীৱ-জন্তুৰ অবাধ “হত্যা” আৰু “পৰিৱেশৰ প্ৰতি ক্ষতিকাৰক” হোৱাৰ বাবে এই নিষিদ্ধকৰণ বিচাৰিছে পশ্চিম দিল্লীৰ বিজেপি সাংসদজনে।

ভাৰতৰ পৰম্পৰাগতভাৱে নিৰামিষভোজী লোকসকলে এই উদ্যোগৰ নিশ্চয় আদৰণিয়েই জনাব, কিন্তু আমিষ খাদ্যতহে অভ্যস্ত উত্তৰ-পূববাসীৰ বাবে ই আৰামদায়ক নহ’বও পাৰে।

উল্লেখযোগ্য যে মেঘালয়ৰ যোৱা বিধান সভা নিৰ্বাচনৰ সময়ত “গো মাংস নিষিদ্ধকৰণ” হুলস্থূলীয়া বিষয়ত পৰিণত হৈছিল। ৰাজ্যখনৰ কেইবাগৰাকীও বিজেপি নেতাই এই কথাক লৈয়ে দলত্যাগ কৰি “গো মাংসৰ ভোজ” আয়োজন কৰিছিল।

Recent News

Maharashtra Political Crisis

আস্থাভোট স্থগিত ৰাখিলে ৰাজ্যপালে: মহাৰাষ্ট্ৰৰ শাসনলৈ পুনৰ উভতাৰ পথত দেৱেন্দ্ৰ ফাড়নবিছ

Vice presidential election India

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন: ৬ আগষ্টত হ’ব ভোটগ্ৰহণ, একেদিনাই হ’ব ভোটগণনা

Swara Bhasker

অভিনেত্ৰী স্বাৰা ভাস্কৰলৈ মৃত্যুৰ ভাবুকি: সাভাৰকাৰক অপমান নকৰিবলৈ সকীয়নি

Bumrah selected as test captain

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টৰ পৰা বাহিৰ ৰোহিত শৰ্মা: বুমৰাহৰ কান্ধত অধিনায়কৰ দায়িত্ব

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd