• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আন্না হাজাৰেৰ ঘোষণা- কৃষকৰ সমস্যাক লৈ দিল্লীত অনশন কাৰ্যসূচী গ্ৰহণ কৰা হ’ব

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 15, 2021 10:47 am

1 min read

‍‘আপ’ৰ বিৰুদ্ধে ‍‘জন আন্দোলন’ত অংশ ল’বলৈ আন্না হাজাৰেক অনুৰোধ দিল্লী বিজেপিৰ
193
VIEWS
Share on FacebookShare on Twitter

সমাজকৰ্মী আনা হাজেৰেই বৃ্হস্পতিবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখি কৃষকৰ সমস্যা সন্দৰ্ভত তেওঁৰ সিদ্ধান্তৰ কথা পুনৰ এবাৰ স্পষ্ট ৰূপত অৱগত কৰে।

পত্ৰখনত হাজাৰেই কয় যে তেওঁ জানুৱাৰি মাহৰ শেষৰ পিনে কৃষকৰ সমস্যা সন্দৰ্ভক লৈ দিল্লীত জীৱনৰ অন্তিম অনশন কাৰ্যসূচী ৰূপায়ণ কৰিব।

কেন্দ্ৰৰ নতুন কৃষি আইন তিনিখন বাতিলৰ দাবীত দিল্লীৰ সীমান্তত হাজাৰ-হাজাৰ কৃষকে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে হাজাৰেই চৰকাৰলৈ এই পত্ৰ প্ৰেৰণ কৰে।

সংবাদ মাধ্যমৰ আগত তাৰিখ উল্লেখ নকৰাকৈয়ে ৮৩ বছৰীয়া হাজাৰেই চলিত মাহৰ শেষৰ পিনে অনশন কাৰ্যসূচী আৰম্ভ কৰিব বুলি জনায়।

উল্লেখ্য যে যোৱা ১৪ ডিচেম্বৰত আন্না হাজেৰেই কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰলৈ এখন পত্ৰৰ জৰিয়তে কৃষকৰ দাবী সমূহ মানি ন’ললে তেওঁ অনশন কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিছিল।

চৰকাৰে হাজাৰেৰ পত্ৰৰ কোনো উত্তৰ নিদিয়াত তেওঁ কয়, ‘কৃষকৰ এই সমস্যা সন্দৰ্ভত মই চৰকাৰক পাঁচবাৰ পত্ৰ লিখিছো কিন্তু একো উত্তৰ নাহিল’।

প্ৰধান মন্ত্ৰীলৈ লিখা পত্ৰত হাজাৰেই উল্লেখ কৰে, ‘মোৰ পত্ৰৰ কোনো উত্তৰ নিদিয়াৰ বাবে মই জীৱনৰ অন্তিম অনশন কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত লৈছো’।

Recent News

index.jpgb

২০২১ৰ নিৰ্বাচন : ৪,৪৭,২৬১ গৰাকী ভোটাৰে ৯০২ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিব মৰিগাঁৱত

নাৰীক ধন-সম্পত্তিৰ স’তে তুলনা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ, সমুখীন হ’ল ব্যাপক সমালোচনাৰ

নাৰীক ধন-সম্পত্তিৰ স’তে তুলনা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ, সমুখীন হ’ল ব্যাপক সমালোচনাৰ

index.jpgaa

বিজেপি কৰ্মীৰ গুণ্ডাগিৰী আৰম্ভ : নলবাৰীত এজেপিৰ সভাপতিক লুৰীণজ্যোতি গগৈক আক্ৰমণ

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd