• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেতিয়াৰ পৰা আৰম্ভ হ’ব অমৰনাথ যাত্ৰা? আৰম্ভ হ’ল তীৰ্থযাত্ৰীৰ পঞ্জীয়ন, কিদৰে কৰিব আবেদন?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 14, 2025 9:30 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিবছৰে অমৰনাথ ধামলৈ যাত্ৰা কৰে তীৰ্থযাত্ৰীসকলে। এইবাৰো সেই উদ্দেশ্যে ১৪ এপ্ৰিল সোমবাৰৰ পৰা পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হয়। শ্ৰী অমৰনাথ তীৰ্থ ব’ৰ্ডৰ মতে, অমৰনাথ যাত্ৰা ৩ জুলাইৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে আৰু ৯ আগষ্টলৈকে চলিব।৩,৮৮০ মিটাৰ উচ্চতাত অৱস্থিত এই বৰফেৰে আবৃত গুহাটোৱে প্ৰতি বছৰে লাখ লাখ ভক্তক আকৰ্ষণ কৰে। চলিত বৰ্ষত ৩৭ দিন অমৰনাথ ভ্ৰমণ কৰিব পাৰিব তীৰ্থযাত্ৰীসকলে।

অমৰনাথ যাত্ৰাৰ বাবে পঞ্জীয়ন বাধ্যতামূলক। এইটো অনলাইন বা অফলাইন হ’ব লাগিব। শ্ৰী অমৰনাথ তীৰ্থ বৰ্ডে এই ক্ষেত্ৰত তীৰ্থযাত্ৰীক অনুমতি প্ৰদান কৰে। বয়স আৰু স্বাস্থ্য পৰীক্ষাৰ পিছত যাত্ৰাৰ অনুমতি দিয়া হয়। প্ৰাকৃতিক দুৰ্যোগ আৰু নিৰাপত্তাৰ কথা মনত ৰাখি প্ৰতিদিনে সৰ্বাধিক ১৫ হাজাৰ তীৰ্থযাত্ৰীক অমৰনাথ ধামলৈ যাবলৈ অনুমতি দিয়া হৈছে।

Apply Now

কিদৰে কৰি আবেদন?

চাৰ্চ ইঞ্জিনৰ পৰা SASB পৰ্টেলত প্ৰৱেশ কৰক। হোম পেজৰ ‘অনলাইন সেৱা’ টেবত ক্লিক কৰক। ‘ভ্ৰমণ অনুমতি পঞ্জীয়ন’ নিৰ্বাচন কৰক। যাত্ৰাৰ বাবে ‘গাইডলাইন’ পঢ়ক আৰু ‘মই একমত’ত ক্লিক কৰক। একেবাৰে শেষত ‘Register’ ত ক্লিক কৰক। আপুনি আপোনাৰ নাম আৰু ঠিকনাকে ধৰি আপোনাৰ সকলো ব্যক্তিগত তথ্য আপলোড কৰিব লাগিব। ভ্ৰমণৰ তাৰিখ, আধাৰ নম্বৰ, মোবাইল নম্বৰ, পাছপ’ৰ্টৰ আকাৰৰ ফটোগ্ৰাফ, আৰু স্বাস্থ্য পৰীক্ষাৰ প্ৰমাণ পত্ৰ জমা দিব লাগিব। তীৰ্থযাত্ৰীগৰাকীলৈ মোবাইল নম্বৰ পৰীক্ষা কৰিবলৈ অ’টিপি প্ৰেৰণ কৰা হ’ব। ভ্ৰমণ অনুমোদন হোৱাৰ পিছত দুঘণ্টামানৰ ভিতৰত পেমেণ্ট লিংক প্ৰেৰণ কৰা হ’ব। ২২০ টকীয়া পঞ্জীয়ন মাচুল দিব লাগিব। তাৰ পিছত ট্ৰেভেল ৰেজিষ্ট্ৰেচন পাৰ্মিট ডাউনলোড কৰিব পাৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd