• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জোনবাইৰ দেশলৈ বিনা খৰচতে যোৱাৰ সুযোগ! চাওক, কোনে দিছে এই অ’ফাৰ…

এন ই নাও নিউজ by এন ই নাও নিউজ
March 7, 2021 11:35 am
WhatsApp Image 2021-03-07 at 10.50.13 AM

প্ৰতিনিধিত্বমূলক ছবি।

287
VIEWS
Share on FacebookShare on Twitter

আপুনিও যাব পাৰিব চন্দ্ৰলৈ। ল’ব পাৰে জোনবাইৰ সপোনৰ ঘৰলৈ যোৱাৰ সুযোগ। তাকো বিনা খৰচতে। আচৰিত যেন লাগিলেও এনে এক সুযোগ আগবঢ়াইছে জাপানৰ এগৰাকী ধনকুবেৰে।

জাপানৰ ধনকুবেৰ ইউচাকু মেজৱায়াই গ্ৰহণ কৰিছে এনে এক উদ্যোগ। ২০২৩চনত স্পেচ এক্সৰ এখন বিশেষ ফ্লাইটত তেওঁ চন্দ্ৰলৈ যাব। তেওঁৰ লগততযাবলৈ আঠজন লোকক তেওঁ নিমন্ত্ৰণ দিছে। সেই সকলোৰে খৰচ তেওঁ বহন কৰিব।

২০১৮চনতে প্ৰসিদ্ধ ফেশ্বন ব্যৱসায়ী ইউচাকুৱে এই অভিযানৰ বাবে বুকিং কৰিছিল। ইয়াৰ বাবে অৱশ্যে কিমান ধন খৰচ হৈছে সেয়া তেওঁ সদৰী কৰা নাই।

স্পেচ এক্স সংস্থাটোৱে  চন্দ্ৰলৈ যোৱাৰ বাবে ৰকেট নিৰ্মাণ কৰিছে। মহাকাশযানখনৰ সকলো আসনেই ইউচাকুৱে বুক কৰি লৈছে। তেওঁৰ লগত কোন সেই আঠজন যাব সেয়া তেওঁ নিজেই ঠিক কৰিব। ইয়াকে লৈ টুইটাৰত তেওঁ এটা ভিডিঅ’ প’ষ্ট কৰিছে।

ইয়াত তেওঁ সম্পূৰ্ণ আবেদন প্ৰক্ৰিয়া জানিবলৈ দিছে। তেওঁ লিখিছে,’’এই ভ্ৰমণত সমগ্ৰ বিশ্বৰ পৰা আঠজনক ভ্ৰমণসংগী হোৱাৰ বাবে মই আমন্ত্ৰণ জনাইছো।‘’

এই ভ্ৰমণৰ বাবে তেওঁ দুটা চৰ্তও ৰাখিছে। প্ৰথমতে ব্যক্তিগৰাকীৰ উদ্ভাৱনী শক্তি থাকিব লাগিব আৰু বাকী সদস্যসকলৰ সহায় কৰাৰ মানসিকতা থাকিব লাগিব।

Watch this video to learn more about the selection process. It also contains a special message from @elonmusk #dearMoon

↓Check the full versionhttps://t.co/i3ucR6BB44 pic.twitter.com/B3d8g0JvvP

— Yusaku Maezawa (MZ) (@yousuckMZ) March 2, 2021

জানিব পৰা মতে, এই মহাকাশযানত ১০ৰ পৰা ১২জন লোকে ভ্ৰমণ কৰিব পাৰে। মহাকাশযানখনে চন্দ্ৰৰ চাৰিওপিনে প্ৰদক্ষিণ কৰি আকৌ পৃথিৱীলৈ উভতি আহিব।

ইচ্ছুক ব্যক্তিসকলে অহা ১৪ মাৰ্চচৰ ভিতৰত আবেদন কৰিব লাগিব। ২১ মাৰ্চৰ ভিতৰত প্ৰাথমিক স্ক্ৰীনিঙৰ প্ৰক্ৰিয়া সামৰণি পৰিব। বাতৰি অনুসৰি, সাক্ষাৎকাৰ তথা মেডিকেল পৰীক্ষাৰ পাছতহে ভ্ৰমণৰ চূড়ান্ত অনুমতি পোৱা যাব আৰু সেয়া মে’ মাহৰ অন্তিম ভাগত হ’ব।

Recent News

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd