• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

জয়-পৰাজয় থাকেই! ব্ৰাজিলৰ বিৰুদ্ধে সাহসী প্ৰদৰ্শনেৰে কোটি কোটি ভাৰতীয়ৰ মন জয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 4, 2026 8:27 am
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰাজিলৰ দৰে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ দলৰ বিৰুদ্ধে ঐতিহাসিক যুঁজ দিও গুৰপ্ৰীত সিং সান্ধুৰ কেতবোৰ মাৰাত্মক ভুলৰ বাবে ৪-০ গ’লত পৰাজয় স্বীকাৰ কৰিবলগীয়া হ’ল ভাৰতীয় ফুটবল দলটোৱে। ৫০ হাজাৰৰো অধিক দৰ্শকেৰে ভৰি পৰা কলকাতাৰ ঐতিহাসিক যুৱভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত এই মেচখনত ব্ৰাজিলৰ বিৰুদ্ধে ভাৰতীয় ফুটবল খেলুৱৈসকলৰ যুঁজাৰু মনোভাৱে সকলোৰে মন জয় কৰিবলৈ সক্ষম হয়।

মেচখনৰ প্ৰথম অৱস্থাত ব্ৰাজিলৰ আক্ৰমণ প্ৰতিহত কৰি ভাৰতে যিদৰে প্ৰতিৰোধ গঢ়ি তুলিছিল, সেয়া আছিল প্ৰশংসনীয়। কিন্তু অভিজ্ঞ গ’লৰক্ষক গুৰপ্ৰীতৰ হাতৰ ভুলৰ বাবেই প্ৰথমৰ পৰাই ব্ৰাজিলৰ দলটোৱে সহজতে গ’ল কৰাৰ সুবিধা লাভ কৰে।

Apply Now

মেচৰ ২৮ মিনিট আৰু ৪২ মিনিটত গ’লৰক্ষক গুৰপ্ৰীতৰ দুটা অতি সাধাৰণ ভুলৰ সুযোগ লৈ ব্ৰাজিলে গ’ল সংগ্ৰহ কৰে। এই দুটা ভুল নোহোৱা হ’লে প্ৰথম অৰ্ধত দুয়োটা দলে গ’লশূন্যভাৱে খেলপথাৰ এৰিব পাৰিলেহেঁতেন, যিটো ভাৰতীয় দলৰ বাবে এক নৈতিক বিজয় হ’লহেঁতেন।

বিশ্বৰ শীৰ্ষস্থানীয় দল ব্ৰাজিলৰ প্ৰশিক্ষক কাৰ্লো আঞ্চেলত্তিয়ে ভাৰতক সামান্যও সহজভাৱে লোৱা নাছিল আৰু ভিনিচিয়াছ জুনিয়ৰ, মাৰ্কুইনহ’ছৰ দৰে তাৰকা খেলুৱৈসকলক প্ৰথম একাদশত ৰাখিছিল। কিন্তু তাৰ মাজতো ৰায়ান উইলিয়ামছ, বিজয় ভাৰ্গিজ আৰু অভিষেক সিঙে যিদৰে ব্ৰাজিলৰ আক্ৰমণক প্ৰতিহত কৰিছিল, তাৰ তুলনা নাই। বিশেষকৈ অভিষেক সিঙে বিশ্বখ্যাত ফৰৱাৰ্ড ভিনিচিয়াছক সমগ্ৰ মেচখনত নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ যথেষ্ট সংগ্ৰাম কৰিছিল। প্ৰথম অৰ্ধৰ সেই নিৰাশাজনক ভুলসমূহৰ পিছত দ্বিতীয় অৰ্ধৰ আৰম্ভণিতে প্ৰশিক্ষক খালিদ জামিলে গুৰপ্ৰীতক তুলি লৈ প্ৰভসুখন গিলক গ’লৰক্ষক হিচাপে দায়িত্ব দিয়ে।

ব্ৰাজিলে দ্বিতীয় অৰ্ধত তেওঁলোকৰ তাৰকা খেলুৱৈসকল সলনি কৰি নতুন আক্ৰমণাত্মক খেলুৱৈ লিনো আদিক নমায়, যিয়ে পিছত পুনৰ দুটা গ’ল কৰি দলৰ জয় নিশ্চিত কৰে।

পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হ’লেও, ব্ৰাজিলৰ দৰে পৰাক্ৰমী দলৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে যিমানখিনি সাহসিকতা আৰু আত্মবিশ্বাসেৰে খেলপথাৰত যুঁজ দিলে, সেয়া ভাৰতীয় ফুটবলৰ ভৱিষ্যতৰ বাবে এক আশাব্যঞ্জক ছবি দাঙি ধৰিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল দেৱাশীষ শৰ্মাৰ

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল দেৱাশীষ শৰ্মাৰ

October 4, 2026 8:45 am
ক্ষমা বিচৰাৰ দাবী প্ৰত্যাখ্যানৰ পিছতে বেলিষ্টিক মিছাইল নিক্ষেপ কৰিলে উত্তৰ কোৰিয়াই

ক্ষমা বিচৰাৰ দাবী প্ৰত্যাখ্যানৰ পিছতে বেলিষ্টিক মিছাইল নিক্ষেপ কৰিলে উত্তৰ কোৰিয়াই

October 4, 2026 8:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd