• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কলিতাক বাদ দি নতুনকৈ জনজাতিকৰণৰ বিৰোধিতা কলিতা জনগোষ্ঠী সন্মিলনৰ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
January 8, 2019 9:36 pm
Kalita Janagusthi

কলিতা জনগোষ্ঠী সন্মিলনৰ এখন সংবাদমেলৰ দৃশ্য। ফাইল ফটো।

13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াভাৱে কলিতা জনগোষ্ঠীক বাদ দি অসমৰ ৬টা জনগোষ্ঠীক কেন্দ্ৰীয় চৰকাৰে জনজাতিৰ মৰ্য্যাদা দিবলৈ ওলাইছে বুলি ওলোৱা খবৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কলিতা জনগোষ্ঠী সন্মিলনে। কলিতা জনগোষ্ঠীটোক বাদ দি নতুকৈ কোনো জনগোষ্ঠীৰ জনজাতিকৰণ নকৰিবলৈ সকীয়াই দিয়ে সন্মিলনে।

কলিতা জনগোষ্ঠী সন্মিলন, অসমৰ সভাপতি ড° ভৱেন চন্দ্ৰ কলিতা আৰু সাধাৰণ সম্পাদক ডাঃ ৰমেন কুমাৰ কাকতীয়ে সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এটা প্ৰেছ বিজ্ঞপ্তিত এই কথা কয়।

Apply Now

বিবৃতিযোগে ড০ কলিতা আৰু ডাঃ কাকতীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে কলিতা জনগোষ্ঠীক জনজাতিকৰণৰ বাবে বিগত তিনিটা দশকজুৰি কৰি অহা দাবীক সম্পূৰ্ণ উপেক্ষা কৰি ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে কলিতা জনগোষ্ঠীৰ নৱ প্ৰজন্মক ধ্বংস কৰাৰ যি ষড়যন্ত্ৰ কৰি আহিছিল সিয়েই আজি যেন পূৰ্ণ ৰূপ পাবলৈ লৈছে৷ ইয়াৰ দ্বাৰা শাসনাধিষ্ঠিত চৰকাৰৰ কলিতা জনগোষ্ঠী বিদ্বেষী চৰিত্ৰ নগ্নভাৱে উন্মুক্ত হৈ পাৰিছে৷

অসমৰ প্ৰাচীনতম জনগোষ্ঠীটো, যিটো জনগোষ্ঠীৰ মাজতে সৰ্বাধিক নিবনুৱা আছে আৰু লগতে অনগ্ৰসৰো, সেই কলিতাসকলেই জনজাতিকৰণৰ প্ৰথম উপযুক্ত দাবীদাৰ হোৱা সত্ত্বেও কিহৰ বাবে চৰকাৰে পদে পদে এনেদৰে বঞ্চিত কৰি আহিছে বুলি প্ৰশ্ন কৰে সভাপতি আৰু সাধাৰণ সম্পাদকজনে।

সামাজিক শৃংখলা আৰু আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰি আন্দোলন নকৰা বাবেই কলিতা জনগোষ্ঠীটোৰ দাবী এতিয়ালৈকে মানি লোৱা নাই নেকি বুলি প্ৰশ্ন কৰে তেওঁলোকে।

সভাপতি আৰু সাধাৰণ সম্পাদকে কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰকে অতি শীঘ্ৰে কলিতা জনগোষ্ঠীক ভাৰতীয় সংবিধানৰ আধাৰত অনুসূচিত জনজাতি ঘোষণা কৰিবলৈ দাবী জনায়।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd