• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কলিয়াবৰত মহকুমা প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপন

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
January 26, 2019 10:42 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশৰ লগত সংগতি ৰাখি আজি কলিয়াবৰতো কলিয়াবৰ মহকুমা প্ৰশাসনে কুঁৱৰীলস্থিত গান্ধী খেলপথাৰত ৭০ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰে। গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগে।

পুৱা ৯ বজাত গান্ধী খেলপথাৰত ৰাষ্ট্ৰীয় গণৰাজ্য দিৱসৰ পেৰেডৰ কাৰ্যসূচীত  অসম চৰকাৰৰ সামৰিক বাহিনীৰ দলৰ লগতে কলিয়াবৰ মহাবিদ্যালয়ৰ এন চি চি দল, কলিয়াবৰৰ কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়ৰ কেইবাটাও কুচকাৱাজৰ দলে পেৰেডত অংশ গ্ৰহণ কৰি মহকুমাধিপতিক উদ্দেশ্যে কৰি অভিবাদন জ্ঞাপন কৰে।

Apply Now

মহকুমাধিপতিগৰাকীয়ে তেওঁৰ ভাষণ প্ৰসংগত মহাত্মা গান্ধী, ভগৎ সিং, কনকলতা আদি বীৰ চহিদ সকলৰ আদৰ্শৰে উপস্থিত জোৱানসকলক আগবাঢ়ি জোৱাৰ বাবে কয়।

আনহাতে কলিয়াবৰ মুক্তিযুদ্ধাকে প্ৰমুখ্য কৰি কলিয়াবৰ মহকুমাৰ বিভিন্ন বিদ্যালয়সমূহৰ লগতে মহকুমাৰ বিভিন্ন ক্ষেত্ৰৰ চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান সমূহত সেৱা আগবঢ়াই অহা দক্ষ বিষয়াসকলক নিৰ্বাচন কৰি কলিয়াবৰ মহকুমা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে।

গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি কলিয়াবৰ মহকুমাপ্ৰশাসন, কলিয়াবৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু কলিয়াবৰ গড়কাপ্তানী বিভাগে কাৰিকৰী ব্যৱস্থাৰে ঢলা শদিয়া দলং, বগীবিল দলং, ইটা ভাতাৰ শিশু শ্রমিকৰ শিক্ষা গ্ৰহণ, নিৰ্বাচন আয়োগৰ ই ভি এম শিক্ষাৰে উলিওৱা ৰেলীৰে দৰ্শক ৰাইজক অধিক মনোৰঞ্জন দিয়া পৰিলক্ষিত হয়। লগতে সাংস্কৃতিক বাৰেৰহনীয়া অনুষ্ঠানত কলিয়াবৰ বাগৰিস্থিত আৰক্ষীৰ ছাউনী সেনাৰ জোৱানে কৰা ভাংৰা নৃত্য আৰু ভূপেন দাৰ গীতৰ তালে তালে সৃষ্টি শিল নৃত্যকে ধৰি আৰু বিভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শন কৰে।

কলিয়াবৰ মহকুমা প্ৰশাসনে কলিয়াবৰৰ উলুৱনী, জখলাবন্ধা চিকিৎসালয় আৰু চিমনাস্থিত খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত  থকা ৰোগী সকলৰ মাজত ফলমূল বিতৰণ কৰে। বিয়লি কলিয়াবৰ মহকুমা প্ৰশাসন বনাম কলিয়াবৰ প্ৰেছ একাদশৰ মাজত প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয় আৰু কলিয়াবৰ প্ৰেছ একাদশ জয়ী হয়।

ৰিদিপ শৰ্মা

ৰিদিপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm
তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

August 28, 2026 1:44 pm
কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

August 28, 2026 12:47 pm
সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

August 28, 2026 12:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm
তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

August 28, 2026 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd