• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভেকচিন, দৰৱ নোলালে ’২১ৰ শেষলৈ ভাৰতত দিনে ইমান মানুহ আক্ৰান্ত হ’ব ক’ভিডত

আমেৰিকাৰ মাছাচুচেটছ ইনষ্টিটিউট অৱ টেকনলজিৰ গৱেষকৰ দলৰ ভৱিষ্যতবাণী

Nenow এন ই নাও নিউজ
গুৱাহাটী , July 8, 2020 11:03 pm

1 min read

1216 persons cured of COVID-19 in Assam on Tuesday
32.8k
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ মাছাচুচেটছ ইনষ্টিটিউট অৱ টেকনলজিৰ গৱেষকৰ দল এটাই কৈছে যে ক’ভিড-১৯ৰ প্ৰতিষেধক বা কাৰ্য্যকৰী দৰৱ নোলালে ২০২১ৰ শীতকাললৈ ভাৰতত দিনে ২.৮৭ লাখ লোক ক’ভিড-১৯ত আক্ৰান্ত হ’ব পাৰে।

মহামাৰীৰ গৱেষকসকলে ব্যৱহাৰ কৰা এক মান্য গাণিতিক মডেল ব্যৱহাৰ কৰি গৱেষকৰ দলটোৱে এই ভৱিষ্যতবাণী কৰিছে।

অৱশ্যে ক’ভিড মহামাৰীৰ ক্ষেত্ৰত গাণিতিক মডেলৰ গ্ৰহণযোগ্যতাক ইতিমধ্যে বহুজনে অগ্ৰাহ্য কৰিছে।

গৱেষণাটোৰ মতে দিনে হোৱা সংক্ৰমণৰ হাৰৰ ক্ষেত্ৰত ২০২১ৰ শীতকাললৈ বিশ্বৰ শীৰ্ষত থাকিব ভাৰত।

আৰু তাৰ পিছতে থাকিব আমেৰিকা, দক্ষিণ আফ্ৰিকা, ইৰান, ইন্দোনেছিয়া, নাইজেৰিয়া, তুৰ্কি, ফ্ৰাঞ্চ আৰু জাৰ্মেনি।

তেওঁলোকৰ হিচাপ মতে প্ৰতিদিনে আমেৰিকাত ৯৫,০০০, দক্ষিণ আফ্ৰিকাত ২১০০০, ইৰানত ১৭০০০ আৰু ইন্দোনেছিয়াত ১৩,০০০ লোক ক’ভিড পজিটিভ চিনাক্ত হ’ব।

গৱেষকসকলৰ মতে ২০২১ৰ বসন্তকাললৈ বিশ্বত ২৪.৯ কোটি ক’ভিড পজিটিভ ঘটনাই দেখা দিব আৰু ১৮ লাখ লোকে প্ৰাণ হেৰুৱাব।

জনছ হপকিনছ বিশ্ববিদ্যালয়ৰ তথ্য মতে বুধবাৰ পৰ্য্যন্ত ক’ভিড-১৯ পজিটিভৰ ঘটনা ১১.৭ মিলিয়নলৈ বৃদ্ধি পাইছে আৰু ৫৪৩০০০ লোকৰ ইয়াত মৃত্যু হৈছে।

Tags: COVID-19

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd