• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পথতে গুলীয়াই হত্যা ষ্টে’ট বেংকৰ মহিলা বিষয়াক, গুৱাহাটীৰ কাষৰীয়া আগিয়াঠুঁৰিত চাঞ্চল্য

Laxman Sharma মৃদুল প্ৰীতম ডেকা
কামৰূপ , October 10, 2018 11:01 am

1 min read

Guwahati

গাড়ীৰ ভিতৰতে গুলীবিদ্ধ মহিলাগৰাকী। ছবি- নৰ্থ ইষ্ট নাও।

447
VIEWS
Share on FacebookShare on Twitter

মটৰ চাইকেলত অহা দুজন অচিনাক্ত বন্দুকধাৰীৰ গুলীত গুৱাহাটীৰ কাষৰীয়া দদৰা আৰক্ষী থানাৰ অন্তৰ্গত আগিয়াঠুঁৰিত মঙলবাৰে সন্ধিয়া জুনু শৰ্মা নামৰ এগৰাকী মহিলা বেংক বিষয়া নিহত হৈছে।

গুৱাহাটীৰ চানমাৰিৰ নিজৰাপাৰৰ বাসিন্দা শৰ্মা ষ্টে’ট বেংক অৱ ইণ্ডিয়াৰ দদৰা শাখাৰ সহকাৰী পৰিচালক আছিল।

সূত্ৰ অনুসৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আগিয়াঠুঁৰিৰ হাজো ৰ’ডত মহিলাগৰাকীক নিজৰ গাড়ীত গৈ থকা অৱস্থাতে দুৰ্বৃত্তই গুলী চলাইছিল। দুৰ্বৃত্তকেইজন গুলী চলায়েই ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয়।

জানিব পৰা মতে বেংকৰ পৰা ঘৰলৈ নিজা চাৰিচকীয়া গাড়ীৰে (নং AS-01AG-6869) আহি থকা অৱস্থাতে ঘটনাটো সংঘটিত হয়। আৰক্ষীয়ে ইতিমধ্যে সোধা-পোছাৰ বাবে বিষয়াগৰাকীৰ গাড়ীচালক প্ৰদীপ কলিতাক আটক কৰিছে।

গুলীবিদ্ধ শৰ্মাক লগে লগে আমিনগাঁৱৰ নাৰায়না হ্ৰুদয়ালয়া হস্পিটেললৈ নিয়া হৈছিল যদিও চিকিৎসকে তেওঁক বচাব নোৱাৰিলে।

Recent News

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

index.jpgb

১৫ বছৰীয়া কিশোৰীক ড্ৰাগছ সেৱন কৰোৱাই ৮ দিন ধৰি গণধৰ্ষণ কৰিলে দুই নাবালাকসহ ৯ জন লোকে

a chanuu

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd