• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 5, 2022 8:11 pm
woman bets self in game of Ludo
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জুৱাৰ নিচাই মানুহক সৰ্বশ্ৰান্ত কৰি জীৱন ধ্বংস কৰি তোলে। তথাপি জুৱাৰ নিচাৰ পৰা মুক্তি লাভ কৰিব নোৱাৰে জুৱাসক্ত লোক। এইদৰে লুডুৰ জুৱা খেলি সৰ্বশ্ৰান্ত হোৱা উত্তৰ প্ৰদেশৰ এগৰাকী মহিলাৰ অভাৱনীয় ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ৰাজ্যখনৰ প্ৰতাপগড়ত এগৰাকী মহিলাৰ লুডুৰ জুৱাত নিজৰ সমুদায় ধনৰাশি হেৰুওৱাৰ পিছত শেষত নিজকে জুৱাৰ বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত হৈছে।

Apply Now

প্ৰকাশিত খবৰ অনুসৰি মহিলাগৰাকীৰ স্বামীয়ে ৰাজস্থানৰ জয়পুৰত কাম কৰে। স্বামীয়ে নিজৰ উপাৰ্জনৰ ধন প্ৰতাপগড়ত ভাড়া ঘৰ লৈ থকা পত্নীলৈ পঠায়।

কিন্তু ঘৰৰ মালিকৰ লগত নিয়মীয়াকৈ লুডুৰ জুৱা খেলা ৰেণু নামৰ মহিলাগৰাকীয়ে এই টকাৰে জুৱা খেলি শেষ কৰে। ইয়াৰ পাছতো জুৱাৰ নিচাৰ পৰা মুক্ত হ’ব নোৱাৰা মহিলাগৰাকীয়ে শেষত নিজকে জুৱাৰ বাজী হিচাপে আগবঢ়ায় আৰু এই বাজীতো পৰাস্ত হৈ।

উপায়ন্তৰ হৈ মহিলাগৰাকীয়ে স্বামীক ফোন কৰি সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰে। এনে অভাৱনীয় ঘটনাৰ বিষয়ে জানিব পৰি তেওঁ লগে লগে প্ৰতাপগড়ত উপস্থিত হয় আৰু আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে।

তেওঁ এই সমগ্ৰ কাণ্ডৰ বিষয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো পোষ্ট কৰিছিল। এই পোষ্টটোও সম্প্ৰতি ভাইৰেল হৈ পৰিছে। ৰেণুৰ স্বামীৰ ভাষ্য মতে, তেওঁ পূৰ্বে দেৱকালি অঞ্চলৰ ভাড়াঘৰত বাস কৰিছিল।

ছমাহ পূৰ্বে তেওঁ জয়পুৰলৈ কাম কৰিবলৈ যায় আৰু নিয়মীয়াকৈ পত্নীলৈ পইচা পঠিয়ায়। কিন্তু এই ধন তেওঁৰ পত্নীয়ে জুৱা খেলত ব্যৱহাৰ কৰাৰ বিষয়ে জানিব পৰা নাছিল বুলি উল্লেখ কৰে।

তেওঁ লগতে জানিবলৈ দিয়া মতে তেওঁলোকৰ দুটা সন্তান আছে। মহিলাগৰাকীয়ে এতিয়া ঘৰৰ মালিকৰ লগত থাকিবলৈ আৰম্ভ কৰিছে আৰু তেওঁক বাৰে বাৰে পুনৰ ঘূৰাই আনিবলৈ চেষ্টা কৰিছে যদিও পত্নী ৰেণু ঘূৰি যাবলৈ মান্তি নহয় বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰিছে।

ইফালে ঘটনা সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে আৰক্ষীয়ে ঘৰৰ মালিকগৰাকীৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছে আৰু তেওঁৰ সৈতে যোগাযোগ কৰাৰ লগে লগে তদন্ত আৰম্ভ কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am
বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

October 3, 2026 8:08 am
বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am
বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

October 3, 2026 8:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd