• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তলাবন্ধ কোঠাত উদ্ধাৰ মৃতদেহ, হত্যা নে…? মহিলা চিকিৎসকৰ ৰহস্যজনক মৃত্যুত অভিযুক্ত স্বামী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 11, 2026 4:49 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

190
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্জাৱৰ জলন্ধৰ চহৰত সংঘটিত হৈছে এগৰাকী মহিলা চিকিৎসকৰ ৰহস্যজনক মৃত্যুৰ ঘটনা। আত্মহত্যা নে হত্যা এতিয়াও স্পষ্ট হোৱা নাই। যদিও যুৱতীগৰাকীৰ পৰিয়ালে তেওঁৰ স্বামীক অবৈধ সম্পৰ্কত জড়িত বুলি অভিযোগ উত্থাপন কৰিছে। ইয়াৰ ফলত অশান্তিৰ সৃষ্টি হৈছিল। লগতে চিকিৎসকগৰাকীৰ ওপৰত মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

মৃত চিকিৎসকগৰাকীৰ নাম মীনাক্ষী। স্বামী পিয়ুষো এগৰাকী চিকিৎসক। তেওঁ জলন্ধৰৰ ৰাষ্ট্ৰীয় চকু চিকিৎসালয়ৰ মুৰব্বী। বুজাবুজি হোৱা নাছিল বাবে মীনাক্ষীয়ে পৃথকে থাকিবলৈ লৈছিল।

Apply Now

বুধবাৰে যুৱতীগৰাকীৰ মৃতদেহ ঘৰত ওলমি থকা অৱস্থাত উদ্ধাৰ হয়। আৰক্ষীয়ে জনোৱা মতে, ঘৰৰ সকলো দুৱাৰ-খিৰিকী বন্ধ হৈ আছে। অৱশেষত আৰক্ষী জোৱানসকলে এটা কোঠাৰ কাঁচৰ খিৰিকী ভাঙি ভিতৰলৈ সোমাই যায়।

তদন্তৰ সূত্ৰ অনুসৰি ২০১৮ চনৰ অক্টোবৰ মাহত পিয়ুষ আৰু মীনাক্ষীৰ বিবাহ হৈছিল। যুৱতীগৰাকীৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছে যে পিয়ুষৰ চিকিৎসালয়খনৰ এগৰাকী নাৰ্ছৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। মীনাক্ষীয়ে এই অন্তৰংগ সম্পৰ্কৰ চিচিটিভি ফুটেজ দেখিছিল। এই সন্দৰ্ভত সোধা-পোছা কৰিলে পীয়ুষে পত্নীক মাৰপিট কৰিছিল। মীনাক্ষীৰ পিতৃ-মাতৃৰ আগতো তেওঁ এই কথা স্বীকাৰ কৰে। ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কৰ অৱনতি ঘটে।

২০২৫ চনৰ জুলাই মাহৰ পৰা পৃথকে থাকিবলৈ আৰম্ভ কৰিছিল মীনাক্ষীয়ে। আইনী বিচ্ছেদৰ বিষয়তো সক্ৰিয় আছিল মীনাক্ষী। যদিও তেওঁ দেউতাকৰ কথাত অলপ দেৰি কৰি আছিল।

ইয়াৰ মাজতে ডাঃ মীনাক্ষীয়ে নিজৰ বাবে ঘৰ কিনিবলৈ চেষ্টা কৰি আছিল। পৰিয়ালৰ লোকে জনোৱা মতে, বেংকলৈ গৈ চিকিৎসকগৰাকী আচৰিত হৈ পৰিল। তেওঁ দেখিলে যে তেওঁৰ নামত ইতিমধ্যে ২.৫ কোটি টকাৰ ঋণ আছে। এখন গাড়ী আৰু স্বামীৰ চিকিৎসালয়ৰ বাবে। যদিও অভিযোগ কৰা হৈছে যে মীনাক্ষীৰ স্বাক্ষৰ অবিহনে এই কাম কৰা হৈছিল।

মীনাক্ষীৰ মাতৃয়ে কয়, “আমি এতিয়াও নাজানো এয়া আত্মহত্যা নে হত্যা। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছতহে বিষয়টো স্পষ্ট হ’ব।” মীনাক্ষীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd