• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিয়া খাবলৈ গৈ শিৱসাগৰ ৰে’লৱে ষ্টেশ্যনত এখন ভৰি হেৰুৱালে গুৱাহাটীৰ মহিলাই

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , January 21, 2019 6:00 pm

1 min read

বিয়া খাবলৈ গৈ শিৱসাগৰ ৰে’লৱে ষ্টেশ্যনত এখন ভৰি হেৰুৱালে গুৱাহাটীৰ মহিলাই
460
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ ৰে’লৱে ষ্টেশ্যনত আজি সংঘটিত দুৰ্ভাগ্যজনক ঘটনাত ট্ৰেইনৰ পৰা পৰি এগৰাকী মহিলাৰ এখন ভৰি শৰীৰৰ পৰা চিঙি পৰে। নগৰখনত চাঞ্চল্যৰ সৃষ্টি কৰা উক্ত দুৰ্ঘটনাটো সংঘটিত হয় আজি দিনৰ প্ৰায় ১২.৩০ বজাত।

দুৰ্ঘটনাত পতিত মহিলাগৰাকীক গুৱাহাটীৰ হৰি কৃষনজী ৰাঠীৰ পত্নী ভাগৱতী দেৱী ৰাঠী (৫৯) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে, গুৱাহাটীৰ পৰা আত্মীয়ৰ সৈতে ভাগৱতী দেৱীয়ে শিৱসাগৰত বিয়া খাবলৈ আহিছিল।

ঘটনা অনুসৰি গুৱাহাটীৰ পৰা অহা ইন্টাৰচিটি ৰে’লত অহা মহিলাগৰাকীয়ে ট্ৰেইনখন শিৱসাগৰ ষ্টেশ্যনত ৰখাবলৈ লওঁতেই নামি দিয়াত দূৰ্ভাগ্যবশত মহিলাগৰাকীৰ এখন ভৰি ৰে’লৰ তলত সোমাই যায় আৰু দেহৰ পৰা চিঙি পৰে।

পিছত ষ্টেশ্যনত উপস্থিত থকা লোকসকলৰ লগতে ৰে’লৱে আৰক্ষীয়ে মহিলা গৰাকীক উদ্ধাৰ কৰি শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd